• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অত্যাধিক সুৰাপান কৰাসকলে গ্ৰহণ কৰক এইসমূহ উপায়

Nation NE by Nation NE
January 1, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
অত্যাধিক সুৰাপান কৰাসকলে গ্ৰহণ কৰক এইসমূহ উপায়
Share on FacebookShare on TwitterWhatsApp

নৱবৰ্ষৰ দিনটোত সকলোৱে পাৰ্টি কৰে।  যিকোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক, কিন্তু ইয়াৰ পিছতো সুৰাপান কৰা লোকৰ সংখ্যা যথেষ্ট। নৱবৰ্ষৰ পূৰ্বে বা ১ জানুৱাৰীত যদি আপুনিও ক’ৰবাত পাৰ্টি কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে কমকৈ মদ খাবলৈ চেষ্টা কৰা উচিত।

উদযাপনৰ সময়ত বহু সময়ত মানুহে উত্তেজনাত অত্যধিক মদ্যপান কৰে বা কিছুমানৰ এটা বা দুটা পেগ খোৱাৰ পিছতো ৰাতিপুৱা হেংগ অভাৰ হয়। যাৰ বাবে মূৰৰ বিষ গোটেই পিছদিনা থাকিব পাৰে। ইয়াৰ বাহিৰেও অত্যধিক পিয়াহ অনুভৱ কৰা, বমি অনুভৱ কৰা, শৰীৰত ভাগৰুৱা অনুভৱ কৰা, চকু ৰঙা হোৱা আদি লক্ষণ দেখা যায়। গতিকে হেংগঅভাৰৰ পৰা সকাহ পাবলৈ জানি লওক কিছুমান টিপছ-

নেমুৰ পানী

হেংগঅভাৰৰ পৰা মুক্তি পাবলৈ নেমুৰ ৰস উত্তম। ইয়াৰ বাবে ৰাতিপুৱা সাৰ পোৱাৰ পিছত নেমুৰ পানী খাব লাগে। ইয়াত চেনি দিব নালাগে। সোৱাদৰ বাবে অলপ নিমখ দিব পাৰে। ইয়াৰ ফলত বমিৰ পৰাও সকাহ পোৱা যায়। ইয়াৰ পিছত ব্ৰেকফাষ্টত ভিটামিন চি যুক্ত খাদ্য, যেনে- কমলা, আঙুৰ, কিউই অন্তৰ্ভুক্ত কৰাটো ভাল।

দৈ

কিছুমান লোকে হেংগ অভাৰৰ বাবে মূৰ ঘূৰোৱা, বমি আদি সমস্যাৰ সন্মুখীন হয়। এনে অৱস্থাত এবাটি সতেজ দৈ খাব পাৰে। ইয়াৰ ফলত বহুখিনি সকাহ পোৱা যায়।

পদিনা পানী

হেংগঅভাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ৮-১০ টা পদিনা পাত পানীত দি ভালদৰে উতলাই কুহুমীয়াকৈ খাব লাগে। ইচ্ছা কৰিলে তাত নেমুৰ ৰসও দিব পাৰে। ইয়াৰ ফলত মূৰৰ বিষৰ পৰা সকাহ পাব আৰু হেংগ অভাৰ সোনকালে নাইকিয়া হ’ব।

কিছুমান বিশেষ কথাত গুৰুত্ব দিয়া উচিত-

হেংগ অভাৰ হ’লে গধুৰ ব্ৰেকফাষ্ট গ্ৰহণ কৰিব নালাগে, অৰ্থাৎ ভজা আৰু মছলাযুক্ত খাদ্য পৰিহাৰ কৰি, তাৰ পৰিৱৰ্তে ফলমূল গ্ৰহণ কৰিব লাগে। হেংগঅভাৰ কম কৰিবলৈ চাহ-কফি খোৱাৰো ভুল কৰিব নালাগে। যদি সোনকালে হেংগঅভাৰৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগে। ইয়াৰ উপৰিও নাৰিকল পানী খোৱাটোও উপকাৰী। হেংগ অভাৰৰ পৰা সুস্থ হ’বলৈ জিৰণি লোৱাটো অতি প্ৰয়োজনীয়।

Tags: DrinksHealthNew year

Related Posts

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি
Top News

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি

May 7, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

বংগত বিজেপিৰ বিজয়ৰ পিছতেই আশাৰ ৰেঙণি বাংলাদেশলৈ, খলিলুৰ ৰহমানে ক’লে ,’নতুন চৰকাৰে কি ভাবে বা কি কৰিব, সেয়া…’

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026

শীৰ্ষ সংবাদ

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি

বংগত বিজেপিৰ বিজয়ৰ পিছতেই আশাৰ ৰেঙণি বাংলাদেশলৈ, খলিলুৰ ৰহমানে ক’লে ,’নতুন চৰকাৰে কি ভাবে বা কি কৰিব, সেয়া…’

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025