• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, September 10, 2025
29 °c
Guwahati
28 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      নতুন বছৰতো অব্যাহত আছে গাজাৰ ওপৰত আক্ৰমণ; ৯ জন লোকৰ মৃত্যু

      Nation NE by Nation NE
      January 1, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      নতুন বছৰতো অব্যাহত আছে গাজাৰ ওপৰত আক্ৰমণ; ৯ জন লোকৰ মৃত্যু

      ফাইল ফটো

      Share on FacebookShare on TwitterWhatsApp

      যুদ্ধ বিধ্বস্ত গাজা ষ্ট্ৰিপত ইজৰাইলে পুনৰ চলাইছে আক্ৰমণ। এই আক্ৰমণত পেলেষ্টাইনৰ কমেও ৯ জন নাগৰিক নিহত হোৱাৰ খবৰ আহিছে। ইয়াৰ ভিতৰত আছিল বেছিভাগেই শিশু আৰু মহিলা।

      বুধবাৰে (১ জানুৱাৰী, ২০২৫) বিষয়াসকলে কয় যে প্ৰায় ১৫ মাহ ধৰি চলি থকা যুদ্ধখন নতুন বছৰতো অন্ত পৰাৰ সম্ভাৱনা নাই। ইজৰাইলে উত্তৰ গাজাৰ জাবালিয়া অঞ্চলৰ এটা ঘৰত এই আক্ৰমণ সংঘটিত কৰে।

      ইজৰাইলে অক্টোবৰৰ আৰম্ভণিৰ পৰাই এই অঞ্চলটোত এক বৃহৎ অভিযান চলাই আহিছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কয়, ‘ইজৰাইলৰ আক্ৰমণত এগৰাকী মহিলা আৰু ৪টা শিশুকে ধৰি ৭ জন লোকৰ মৃত্যু হৈছে আৰু কেইবাজনৰো অধিক লোক আহত হৈছে।’

      উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ৭ অক্টোবৰত পেলেষ্টাইনৰ উগ্ৰপন্থী সংগঠন হামাছে অতৰ্কিতে ইজৰাইলত আক্ৰমণ চলাই প্ৰায় ১২০০ লোকৰ প্ৰাণ লৈছিল। কেৱল এয়াই নহয় হামাছে ইজৰাইলৰ প্ৰায় ২৫০ লোকক অপহৰণ কৰি আৱদ্ধ কৰি ৰাখিছিল।

      এই ঘটনাৰ পিছতে ইজৰাইলে পেলেষ্টাইনৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ চলাইছিল আৰু তেতিয়াৰ পৰা আৰম্ভ হোৱা এই যুদ্ধৰ এতিয়াও অৱসান ঘটনা নাই।

      Tags: HamasIsraelWar

      Related Posts

      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী
      Top News

      September 10, 2025
      নেপালৰ পিছত এইবাৰ উত্তপ্ত ফ্ৰান্স; চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      ভাৰত-আমেৰিকাৰ বাণিজ্যক লৈ সংকেত ট্ৰাম্পৰ! ক’লে- ‘মই মোৰ অতি ভাল বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে…’

      September 10, 2025
      নেপালৰ সংসদৰ পৰা চেয়াৰখন লৈ পলাল প্ৰতিবাদকাৰী! ভিডিঅ’ ভাইৰেল

      পুনৰ শীৰ্ষ ২০ত প্ৰৱেশ আদানীৰ, তালিকাৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আম্বানীৰ

      কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ, লক্ষ্য কৰি  ল’লে হামাছৰ শীৰ্ষ নেতাক

      শীৰ্ষ সংবাদ

      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী

      নেপালৰ পিছত এইবাৰ উত্তপ্ত ফ্ৰান্স; চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী

      ভাৰত-আমেৰিকাৰ বাণিজ্যক লৈ সংকেত ট্ৰাম্পৰ! ক’লে- ‘মই মোৰ অতি ভাল বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে…’

      নেপালৰ সংসদৰ পৰা চেয়াৰখন লৈ পলাল প্ৰতিবাদকাৰী! ভিডিঅ’ ভাইৰেল

      পুনৰ শীৰ্ষ ২০ত প্ৰৱেশ আদানীৰ, তালিকাৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আম্বানীৰ

      কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ, লক্ষ্য কৰি ল’লে হামাছৰ শীৰ্ষ নেতাক

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist