• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, February 14, 2026
22 °c
Guwahati
22 ° Mon
23 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাতিল পাছপ’ৰ্ট

Nation NE by Nation NE
January 8, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাতিল পাছপ’ৰ্ট
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক লৈ বাংলাদেশ আৰু ভাৰতৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ পৰা শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ দাবী জনাই হাছিনাক জেলত ভৰোৱাৰ বাবে সকলো শক্তি প্ৰয়োগ কৰি আছে।

শ্বেখ হাছিনাৰ বিৰুদ্ধে চলি থকা এই অপৰাধমূলক গোচৰ সন্দৰ্ভত ইউনুছ চৰকাৰে প্ৰথমে তেওঁৰ বাবে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰে আৰু এতিয়া তেওঁৰ পাছপ’ৰ্টো বাতিল কৰিছে। একে সময়তে ভাৰতে দিল্লীত বাস কৰা নিৰ্বাসিত প্ৰধানমন্ত্ৰী হাছিনাৰ ভিছা বৃদ্ধি কৰিছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে শ্বেখ হাছিনাকে ধৰি মুঠ ৯৭জন লোকৰ পাছপ’ৰ্ট বাতিল কৰিছে।

শ্বেখ হাছিনাৰ উপৰিও বাংলাদেশে ৯৬ জন লোকৰো পাছপ’ৰ্ট বাতিল কৰিছে, য’ত ২২ জন লোকৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ উত্থাপন হৈছে। আৰু আন ৭৫ জন লোকৰ বিৰুদ্ধে বিগত বৰ্ষৰ ছাত্ৰ বিৰোধী আন্দোলনৰ সময়ত হত্যাৰ অভিযোগো আছে।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে পাছপ’ৰ্ট বাতিল কৰাৰ এই সিদ্ধান্ত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে শ্বেখ হাছিনা আৰু আন ১১জন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ এদিন পিছতে আহিছে। আইচিটিয়ে শ্বেখ হাছিনা আৰু অন্যান্য অভিযুক্তক গ্ৰেপ্তাৰ কৰি অহা ১২ ফেব্ৰুৱাৰীৰ ভিতৰত আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াৰ ভিতৰত আছে মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) তাৰিক আহমেদ ছিদ্দিকী, যি হাছিনাৰ প্ৰতিৰক্ষা উপদেষ্টা আছিল, প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক (আই জি পি) বেনজিৰ আহমেদ আৰু ৰাষ্ট্ৰীয় দূৰসংযোগ নিৰীক্ষণ কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান জিয়াউল আহছান ইত্যাদি।

শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণৰ দাবীৰ মাজতে ভাৰতে এটা ডাঙৰ সিদ্ধান্ত লৈ হাছিনাৰ ভিছা বৃদ্ধি কৰিছে। যোৱা আগষ্ট মাহৰ পৰাই শ্বেখ হাছিনাই ভাৰতত বাস কৰি আহিছে, সেই সময়তে বাংলাদেশত ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দেশ এৰি যাবলগীয়া হৈছিল। খবৰ অনুসৰি ভাৰত চৰকাৰে শ্বেখ হাছিনাৰ ভিছা বৃদ্ধি কৰিছে যাতে তেওঁ ইয়াত থাকিব পাৰে, কিন্তু ভাৰতত শৰণাৰ্থীৰ বাবে বিশেষ আইন নথকাৰ বাবে তেওঁক আশ্ৰয় দিয়া নাই।

ইয়াৰ পূৰ্বে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণৰ বাবে ২৩ ডিচেম্বৰত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ কূটনৈতিক বাৰ্তা প্ৰেৰণ কৰিছিল। যাৰ প্ৰতি ভাৰত চৰকাৰে কোনো ইতিবাচক সঁহাৰি নিদিলে।

Tags: BangladeshSheikh HasinaWar

Related Posts

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিলে কি কি লোকচানৰ সন্মুখীন হ’ব ভাৰত?
Top News

February 14, 2026
কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী
Top News

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

February 14, 2026
বাংলাদেশৰ নিৰ্বাচনত জয়লাভ এইকেইগৰাকী মহিলা প্ৰাৰ্থীৰ, ৮৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ গৰাকীৰ জয়লাভ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 14, 2026

শীৰ্ষ সংবাদ

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিলে কি কি লোকচানৰ সন্মুখীন হ’ব ভাৰত?

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

বাংলাদেশৰ নিৰ্বাচনত জয়লাভ এইকেইগৰাকী মহিলা প্ৰাৰ্থীৰ, ৮৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ গৰাকীৰ জয়লাভ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025