• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে আফগানিস্তান দলে ল’লে ডাঙৰ সিদ্ধান্ত

Nation NE by Nation NE
January 9, 2025
in Top News, ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে আফগানিস্তান দলে ল’লে ডাঙৰ সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বহু প্ৰতিক্ষীত চেম্পিয়নছ ট্ৰফী। আই চি চিৰ অন্যতম সন্মানীয় প্ৰতিযোগিতাখনত আফগানিস্তান দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২১ ফেব্ৰুৱাৰীত আৰম্ভ কৰিব নিজৰ অভিযান।

এই প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ ৪৩ দিন পূৰ্বে আফগানিস্তান দলে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। দলটোৱে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা মহান ক্ৰিকেটাৰ ইউনিছ খানক মেণ্টৰ হিচাপে নিযুক্তি দিছে।

পাকিস্তানত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ পূৰ্বেই ইউনিছ খানে দলত যোগ দিব বুলি জানিব দিয়ে আফগানিস্তান দলৰ মেনেজমেণ্টে।

১৯ ফেব্ৰুৱাৰীত কৰাচীত আৰম্ভ হ’বলগীয়া কণ্ডিচনিং কেম্পত ইউনিছ খানে আফগানিস্তান দলৰ সৈতে সংযুক্ত হ’ব আৰু প্ৰতিযোগিতাখন অন্ত নপৰালৈকে তেওঁ দলৰ সৈতে থাকিব। ইয়াৰ পূৰ্বে অৰ্থাত ২০২২ চনতো তেওঁ আফানিস্তান দলৰ সৈতে কাম কৰিছিল। সেই সময়ত তেওঁ আবু ধাবিত ২৫ জন আফগানী ক্ৰিকেটাৰক ১৫ দিনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছিল।

উল্লেখ্য যে, ইউনিছ খানে লাভ কৰা এই দায়িত্ব যথেষ্ট প্ৰত্যাহ্বানমূলক হ’ব বুলি বিবেচনা কৰা হৈছে কিয়নো বিগত দুটা আই চি চি ইভেণ্টত আফগানিস্তান দলে যথেষ্ট উন্নতমানৰ প্ৰদৰ্শন আগবঢ়াইছিল।

আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে ক্ৰমাগত তৃতীয়বাৰৰ বাবে কোনো আই চি চি ইভেণ্টৰ বাবে আয়োজক দেশৰ কোনো মহান ক্ৰিকেটাৰক মেণ্টৰ হিচাপে নিযুক্ত দিছে। ইয়াৰ পূৰ্বে ২০২৩ বৰ্ষৰ এদিনীয়া বিশ্বকাপত অজয় জাদেজা আৰু টি-২০ বিশ্বকাপত ডোৱাইন ব্ৰেভোক মেণ্টৰ হিচাপে নিযুক্তি দিছিল।

এই দুয়োখন প্ৰতিযোগিতাত আফগানিস্তান দলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। এদিনীয়া বিশ্বকাপত দলটোৱ ইংলেণ্ড, পাকিস্তান আৰু শ্ৰীলংকাৰ দৰে শক্তিশালী দলক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ ষষ্ঠ স্থানত আছিল। আনহাতে টি-২০ বিশ্বকাপত দলটোৱে প্ৰথমবাৰৰ বাবে ছেমিফাইনেলত উপনীত হৈছিল।

এই দুয়োখন আগশাৰীৰ প্ৰতিযোগিতাত দেখুওৱা উন্নত প্ৰদৰ্শনৰ পিছত এইবাৰ দলটোৱে পূৰ্বতকৈ অধিক উন্নতমানৰ প্ৰদৰ্শন কৰাৰ মানসিকতাৰে চেম্পিয়নছ ট্ৰফীত অৱতীৰ্ণ হ’ব। সেই দিশৰ পৰা লক্ষ্য কৰিলে প্ৰতিযোগিতাখনত ইউনিছ খানৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব।

Tags: AfghanistanChampions TrophyYounis Khan

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025