• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপোনাৰ আজিৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE by Nation NE
January 14, 2025
in Top News, অসম
0 0
আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Share on FacebookShare on TwitterWhatsApp

মেষ-সাংসাৰিক দিশত আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল। স্বাস্থ্য উত্তম, আৰু আপুনি অত্যধিক উজ্জীৱিত হৈ থাকিব৷ মানৱ কল্যাণৰ চিন্তা মনলৈ আহিব। আৰ্থিক লাভৰ যোগ আছে ।শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা

বৃষ-আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব। আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে। শুভ নম্বৰ-৬, শুভ ৰং-নীলা

মিথুন-নিজৰ কৰ্মৰ প্ৰতি সজাগ থাকক৷ আপোনাৰ দুৰ্বলতাত হয়তো কোনোৱে আঘাত সানিব পাৰে। ব্যৱসায়ত সুফল লাভ কৰিব। কৰ্মস্থলীত শান্তি বৰ্তী থাকিব। শুভ নম্বৰ-২, শুভ ৰং-ৰঙা

কৰ্কট-ব্যৱসায়িক দিশত সুনাম বৃদ্ধি পাব। সকলোৰে কাম সহজে হৈ উঠিব। শুভ নম্বৰ-৩, শুভ ৰং-পাতল নীলা

সিংহ-আজিৰ দিনটো আপুনি ব্যৱসায়-বাণিজ্যত শুভ ফল লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। শুভ নম্বৰ-১, শুভ ৰং-সেউজীয়া

কন্যা-আনৰ প্ৰতি দয়া মমতা বাঢ়িব৷ কামত সাৱধানতা অৱলম্বন কৰিব। ভ্ৰমণৰ যোগ৷ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াতো দৰকাৰ। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা

তুলা-আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। দাম্পত্য সুখ আৰু শান্তিৰ প্ৰবল সম্ভাৱনা। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। শুভ নম্বৰ-৯, শুভ ৰং-হালধীয়া

বৃশ্চিক-আজি দিনটোত আপুনি নিজৰ কৰ্তব্যৰ প্ৰতি সজাগ হৈ থাকিব। যশ-মান বৃদ্ধি পাব। বিদ্যাত শুভ। শুভ নম্বৰ-৭, শুভ ৰং-নীলা

ধনু-কৰ্মত উন্নতি। হাতত শুভ কাম থাকিলে পুৱাবেলাতে সম্পূৰ্ণ কৰক৷ আজিৰ দিনটোত আপোনাৰ খৰচ বাঢ়িব পাৰে। শুভ নম্বৰ-৬, শুভ ৰং-বগা

মকৰ-আজি আপোনাক আৱেগ আৰু দুশ্চিন্তাই কিছু আগুৰি থাকিব পাৰে। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। ব্যয় বৃদ্ধি পাব পাৰে৷শুভ নম্বৰ-৪, শুভ ৰং-সুমথিৰা

কুম্ভ-আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে কৰ্মত আশাবাদী হৈ থাকিব৷ পদোন্নতি, প্ৰশংসা প্ৰাপ্তিৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং-গুলপীয়া

মীন-আজিৰ দিনটো এই ৰাশিৰ জাতক-জাতিকাসকলে কোনো ব্যক্তিকে পইচা ধাৰলৈ নিদিব। বিদ্যাত সুনাম বৃদ্ধি পাব। শুভ নম্বৰ-১, শুভ ৰং-নীলা

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025