• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকাক ‘AI KING’ হিচাপে গঢ়ি তুলিব ট্ৰাম্পে! ৫০০ বিলিয়ন ডলাৰৰ ‘ষ্টাৰগেট প্লেন’…

Nation NE by Nation NE
January 22, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰাষ্ট্ৰপতিৰূপে শপত লৈয়ে ট্ৰাম্পে ল’লে পাঁচটা কঠোৰ সিদ্ধান্ত; হতচকিত বিশ্ববাসী
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাত ক্ষমতা দখল কৰাৰ পাছতেই ড’নাল্ড ট্ৰাম্পে সম্পূৰ্ণ কাৰ্য্যত নামি পৰিছে। তেওঁ বাইডেন প্ৰশাসনৰ বহু সিদ্ধান্ত উলংঘা কৰাৰ লগতে ইটোৰ পিছত সিটো ডাঙৰ ডাঙৰ সিদ্ধান্ত লৈছে।

ট্ৰাম্পে আমেৰিকাক AI KING হিচাপে গঢ়ি তোলাৰ সপোন দেখিছে। ইয়াৰ অধীনত ট্ৰাম্পে ৫০০ বিলিয়ন ডলাৰৰ ‘ষ্টাৰগেট’ AI প্ৰগ্ৰেম (Artificial Intelligence)ৰ বাবে Open AI, Oracle বাছি লৈছে।

নিজৰ লক্ষ্যত উপনীত হ’বলৈ ট্ৰাম্পে এটা দল গঠন কৰি কাম কৰি আছে। এই প্ৰকল্পৰ অধীনত আমেৰিকা চৰকাৰে Open AI, Oracle আৰু জাপানৰ টেলিকম আৰু ইণ্টাৰনেট কোম্পানী চফ্টবেংকৰ সৈতে কাম কৰিব।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মঙলবাৰে জাপানৰ চফ্টবেংক, ক্লাউড জায়ান্ট অৰেকল আৰু চেটজিপিটি নিৰ্মাতা অ’পেনএআইৰ নেতৃত্বত কৃত্ৰিম বুদ্ধিমত্তাৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰে।

হোয়াইট হাউছত এক বিবৃতিত তেওঁ কয় যে ষ্টাৰগেট নামৰ এই উদ্যোগটোৱে আমেৰিকাত এআই আন্তঃগাঁথনিত কমেও ৫০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব।

ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণৰ পিছতেই ট্ৰাম্পে এই ঘোষণাক আমেৰিকাৰ সামৰ্থ্যৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে। এই ঘোষণাৰ সময়ত ওপেনএআইৰ মুখ্য কাৰ্যবাহী ছেম অল্টমেন, চফ্টবেংকৰ মুখ্য মাছায়োছি ছন আৰু অৰেকলৰ প্ৰতিষ্ঠাপক লেৰী এলিছনে অংশগ্ৰহণ কৰে।

ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে Open AI য়ে সংবাদ মাধ্যমত এটা পোষ্টত কয় যে, এই প্ৰকল্পই আমেৰিকাৰ পুনৰ শিল্পকৰণক সমৰ্থন কৰাই নহয়, আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰাৰ বাবেও এক কৌশলগত সামৰ্থ্য প্ৰদান কৰিব। তেওঁ লগতে কয় যে চফ্টবেংক আৰু অ’পেনএআই ষ্টাৰগেটৰ মূল অংশীদাৰ, য’ত চফ্টবেংকৰ আৰ্থিক দায়িত্ব আৰু অ’পেনএআইৰ কাৰ্য্যকৰী দায়িত্ব।

Tags: AIAmericaDonald trump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025