• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home বিনোদন

এই ৮টা বিশেষ অভ্যাসে কম বয়সতে বৃদ্ধ কৰিব পাৰে আপোনাক : জানি লওঁক কি কি?

অত্যাধিক সুৰা পানে আপোনাৰ শৰীৰত কম বয়সতে বয়সৰ চাপ পেলাব

Nation NE by Nation NE
July 1, 2024
in বিনোদন
0 0
এই ৮টা বিশেষ অভ্যাসে কম বয়সতে বৃদ্ধ কৰিব পাৰে আপোনাক : জানি লওঁক কি কি?

প্ৰতিনিধিত্বমূলক ফটো

Share on FacebookShare on TwitterWhatsApp

অত্যধিক সুৰা পান : অত্যাধিক সুৰা পানে আপোনাৰ শৰীৰত কম বয়সতে বয়সৰ চাপ পেলাব পাৰে। ই ছালক ডিহাইড্ৰেট কৰে, প্ৰদাহ সৃষ্টি কৰে আৰু কোলাজেন উৎপাদন হ্ৰাস কৰে। এই কাৰকবোৰৰ ফলত ছাল নিস্তেজ হোৱাৰ লগতে শোতোৰা পৰিব পাৰে বা অসমান হ’ব পাৰে।

টোপনিৰ অভাৱ : টোপনিৰ অভাৱে শৰীৰৰ প্ৰাকৃতিক বিকাশ প্ৰক্ৰিয়া ব্যাহত কৰে। ইয়াৰ ফলত ষ্ট্ৰেছ হৰমনৰ স্তৰ বৃদ্ধি হয় আৰু ছালে স্থিতিস্থাপকতা হেৰুৱায়। ইয়াৰ উপৰিও ই শৰীৰত থকা বিষাক্ত দ্ৰৱৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা দুৰ্বল কৰে।

ডিহাইড্ৰেচন : ডিহাইড্ৰেচনে জৈৱিক বয়সৰ চাপৰ লগতে দীৰ্ঘম্যাদী ৰোগৰ আশংকাও বৃদ্ধি কৰে। স্বাস্থ্যৱান শৰীৰ অক্ষুণ্ণ ৰাখিবলৈ দৈনিক কমেও ৭-৮ গিলাচ পানী খোৱাৰ পৰামৰ্শ দিয়া হয়।

অনিয়মীয়া ব্যায়াম : নিয়মীত ব্যায়ামে শৰীৰত ৰক্ত সঞ্চালন উন্নত কৰে। যাৰ ফলত ছালৰ উজ্জ্বলতা বৃদ্ধি হয়। ইয়াৰ বিপৰীতে ব্যায়ামৰ নকৰিলে মেদবহুলতা, মধুমেহ আৰু হৃদযন্ত্ৰৰ ৰোগৰ দৰে কেইবাটাও স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে।

ধূমপান : আমাৰ শৰীৰৰ অংগবোৰত ধূমপান যথেষ্ট প্ৰভাৱ পেলায়। অৱশ্যে ইয়াৰ প্ৰভাৱবোৰ বাৰ্ধক্য প্ৰক্ৰিয়ালৈকে প্ৰসাৰিত হয় আৰু লগতে ই শৰীৰত প্ৰদাহৰ স্তৰ বৃদ্ধি কৰে। এই প্ৰদাহে কোলাজেন আৰু ইলাষ্টিন প্ৰ’টিনৰ ক্ষতি কৰে।

মানসিক চাপ : মানসিক চাপ হৈছে বাৰ্ধক্যৰ বাবে এটা স্পিডৱে। চাপৰ ফলত প্ৰদাহ সৃষ্টি হয় আৰু ই ছাল নিস্তেজ কৰে তথা ছালৰ কোষবোৰ অকালতে বয়স বঢ়ায়। সেয়েহে ধ্যান কিম্বা যোগ বা সেই যৌৱনৰ উজ্জ্বলতা আৰু জীৱনীশক্তি অক্ষুণ্ণ ৰাখিবলৈ খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক।

অস্বাস্থ্যকৰ খাদ্যাভ্যাস : অস্বাস্থ্যকৰ খাদ্যাভ্যাসে শৰীৰক অত্যাৱশ্যকীয় পুষ্টিৰ পৰা বঞ্চিত কৰি বয়সৰ চাপ দ্ৰুতগতিত কৰিব পাৰে। দুৰ্বল পুষ্টিয়ে ছালৰ বয়স বৃদ্ধি কৰে আৰু যাৰ ফলত ছাল নিস্তেজ হয় আৰু শোতোৰা পৰাৰ লগতে স্থিতিস্থাপকতা হ্ৰাস পায়।

Tags: #lifestyle #wine

Related Posts

Oscar 2026: জানক অস্কাৰ বঁটা বিজয়ীৰ সম্পূৰ্ণ তালিকা
Top News

Oscar 2026: জানক অস্কাৰ বঁটা বিজয়ীৰ সম্পূৰ্ণ তালিকা

March 16, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ
Top News

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026
ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…
Top News

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

March 9, 2026
ৰূপালী পৰ্দালৈ সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি, সোমনাথ মন্দিৰত সংঘটিত আক্ৰমণৰ কাহিনী উপস্থাপন
Top News

ৰূপালী পৰ্দালৈ সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি, সোমনাথ মন্দিৰত সংঘটিত আক্ৰমণৰ কাহিনী উপস্থাপন

February 22, 2026
অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা
Top News

অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা

October 8, 2025
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে
Top News

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে

October 8, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025