• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যুদ্ধবিৰতিৰ পিছত ৪ ইজৰাইলী পনবন্দীক মুকলি হামাছৰ

Nation NE by Nation NE
January 25, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
যুদ্ধবিৰতিৰ পিছত ৪ ইজৰাইলী পনবন্দীক মুকলি হামাছৰ
Share on FacebookShare on TwitterWhatsApp

ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধবিৰতি আৰু পণবন্দী মুক্তিৰ চুক্তিৰ অধীনত ২৫ জানুৱাৰী অৰ্থাৎ শনিবাৰে ইজৰাইলৰ চাৰিজন পণবন্দীক মুকলি কৰি দিয়া হ’ব।

৪৭৭ দিনৰ পাছত হামাছে মুকলি কৰিবলৈ ওলোৱা ৪ জন পণবন্দীৰ সকলো মহিলা। ইজৰাইলৰ পণবন্দীসকলৰ নামো প্ৰকাশ কৰিছে হামাছে।

যুদ্ধবিৰতি চুক্তিৰ অধীনত হামাছে ৪ ইজৰাইলী পণবন্দীক মুকলি কৰি দিবলৈ সন্মত হয়। শুকুৰবাৰে হামাছে পণবন্দী ৪ জনৰ নামো প্ৰকাশ কৰি গাজা ষ্ট্ৰিপত যুদ্ধবিৰতিৰ অংশ হিচাপে শনিবাৰে তেওঁলোকক মুকলি কৰি দিব বুলি উল্লেখ কৰে।

হামাছে কয় যে, এই ৪ মহিলা ইজৰাইলী সৈনিক, যাৰ নাম কাৰিনা আৰিভ, ডেনিয়েলা গিলব’য়া, নামা লেভি আৰু লিৰি আলবাগ। এই ৪ মহিলাক ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ সময়ত নাহাল অজ সেনা ঘাটিৰ পৰা অপহৰণ কৰা হৈছিল।

হামাছৰ সন্ত্ৰাসবাদীয়ে নাহাছ ঘাটিৰ পৰা ৭ গৰাকী মহিলা সৈনিকক অপহৰণ কৰিছিল, এই চাৰিগৰাকী মহিলা সৈনিকো ইয়াৰ ভিতৰত আছিল।

ইয়াৰ বিনিময়ত ইজৰাইলে কাৰাগাৰত বন্দী বা আটক কৰি ৰখা কেইবা ডজন পেলেষ্টাইনীক মুকলি কৰি দিয়া হ’ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। ইজৰাইল আৰু হামাছৰ মাজত ছয় সপ্তাহৰ যুদ্ধবিৰতিৰ ষষ্ঠ দিনত ভৰি দিছে। এনে পৰিস্থিতিত বৰ্তমানলৈকে হামাছে কিমান পণবন্দী এতিয়াও জীয়াই আছে, সেই সম্পৰ্কে কোনো সঠিক তথ্য প্ৰকাশ কৰা নাই।

বিগত দেওবাৰে কাৰ্যকৰী হোৱা গাজা যুদ্ধবিৰতি চুক্তিৰ অধীনত দ্বিতীয়বাৰৰ বাবে পণবন্দী আৰু কয়দীৰ আদান-প্ৰদান কৰা হ’ব। প্ৰথম শ্বেপৰ সময়ত হামাছে ৯০ জন পেলেষ্টাইনী বন্দীৰ বিনিময়ত ৩ ইজৰাইলী পণবন্দীক মুকলি কৰি দিছিল। এই যুদ্ধবিৰতিৰ ফলত গাজাত ১৫ মাহজোৰা যুদ্ধ সাময়িকভাৱে বন্ধ হৈ পৰিছে।

উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলক হামাছে আক্ৰমণ কৰিছিল, য’ত ১২০০ ইজৰাইলী নিহত হৈছিল। এই সময়ছোৱাত হামাছৰ যোদ্ধাসকলে ২৫১ জন ইজৰাইলীক পণবন্দী কৰি লৈ যায়।

ইফালে, হামাছৰ আক্রমণৰ পাছত ইজৰাইলৰ প্রতিশোধমূলক কার্যত ৪৭ হাজাৰতকৈ অধিক পেলেষ্টাইনী নিহত হোৱা বুলি হামাছৰ পৰিচালিত স্বাস্থ্য মন্ত্র্যালয়ে অৱগত কৰে৷

Tags: GAZAHamasIsrael

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025