• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পদ্ম বঁটা ঘোষণা: ৭গৰাকীলৈ পদ্ম বিভূষণ, ১৯গৰাকীলৈ পদ্মভূষণ আৰু ১১৩গৰাকীলৈ পদ্মশ্ৰী প্ৰদান

Nation NE by Nation NE
January 25, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
পদ্ম বঁটা ঘোষণা: ৭গৰাকীলৈ পদ্ম বিভূষণ, ১৯গৰাকীলৈ পদ্মভূষণ আৰু ১১৩গৰাকীলৈ পদ্মশ্ৰী প্ৰদান
Share on FacebookShare on TwitterWhatsApp

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অৰ্থাত ২৫ জানুৱাৰীৰ নিশা কেন্দ্ৰীয় চৰকাৰে ২০২৫ বৰ্ষৰ বাবে পদ্ম বঁটাৰে সন্মানিত হ’বলগীয়া ব্যক্তিসকলৰ নাম ঘোষণা কৰিছে। পদ্মশ্ৰী বঁটা প্ৰদান কৰিবলগীয়াসকলৰ তালিকাত গোৱাৰ এশ বছৰীয়া স্বাধীনতা সংগ্ৰামী লিবিয়া লোবো ছৰদেছাই আৰু পশ্চিম বংগৰ ঢাক বাদক গকুল চন্দ্ৰ দাসৰ নাম সন্নিবিষ্ট কৰা হৈছে।

পদ্ম বঁটা ২০২৫: নাম ঘোষণা

কুৱেইটৰ যোগাভ্যাসী শ্বেখা এ জে আল চাবাহ আৰু উত্তৰাখণ্ডৰ ট্ৰেভেল ব্লগাৰ দম্পতি হিউগ আৰু কলিন গেণ্টজাৰক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব।

নাগালেণ্ডৰ ফল খেতিয়ক এল হেংথিং, পুডুচেৰীৰ সংগীত শিল্পী পি দটচানমূৰ্তিকো পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব।

মধ্যপ্ৰদেশৰ সামাজিক উদ্যোগী চেলি হোলকাৰ, মাৰাঠী সাহিত্যিক মাৰুতি ভূজাংগৰাও চিতাম্পল্লীলৈ পদ্মশ্ৰী বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

পেৰিছ ২০২৪ গ্ৰীষ্মকালীন পেৰালিম্পিক গেমছত স্বৰ্ণ পদক লাভ কৰা হৰবিন্দৰ সিঙেও পদ্মশ্ৰী বঁটা লাভ কৰিব।

পদ্মশ্ৰী বঁটা বিজয়ীসকলৰ তালিকাত দিল্লীস্থিত স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ নীৰজা ভাটলাৰ নামো আছে, যিয়ে ছাৰ্ভাইকেল কেন্সাৰ ধৰা পেলোৱা, প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বিহাৰৰ ভোজপুৰৰ সমাজকৰ্মী ভীম সিং ভৱেশেও তেওঁৰ প্ৰতিষ্ঠা ‘নতুন আশা’ৰ জৰিয়তে বিগত ২২ বছৰে সমাজৰ অন্যতম প্ৰান্তীয় গোট মুছাহাৰ সম্প্ৰদায়ৰ উত্থানৰ বাবে অক্লান্তভাৱে কাম কৰাৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰে।

পি দত্তচানমূৰ্তিকো পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। দক্ষিণ ভাৰতীয় সংগীত আৰু সংস্কৃতিৰ বাবে গুৰুত্বপূৰ্ণ থাভিল নামৰ শাস্ত্ৰীয় বাদ্যযন্ত্ৰৰ বিশেষজ্ঞ।

বিদেশী ফলৰ খেতিৰ ৩০ বছৰৰো অধিক অভিজ্ঞতা থকা নাগালেণ্ডৰ নোক্লকৰ ফলমূল খেতিয়ক হাংথিংকো অন্যান্য বঁটাৰ লগতে পদ্মশ্ৰী বঁটাও প্ৰদান কৰা হৈছে।

Tags: Padma AwardsPadma Vibhushan

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025