• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰকাশ পালে দিল্লী নিৰ্বাচনৰ EXIT POLL; আপ নে বিজেপি? কোন দলক দিলে কিমান আসন

Nation NE by Nation NE
February 5, 2025
in Top News, BIG BREAKING, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
প্ৰকাশ পালে দিল্লী নিৰ্বাচনৰ EXIT POLL; আপ নে বিজেপি? কোন দলক দিলে কিমান আসন
Share on FacebookShare on TwitterWhatsApp

অন্ত পৰিল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। এতিয়া দিল্লীৰ লগতে ৰাজনীতিৰ জ্ঞান ৰখা লোকসকলে অধীৰ আগ্ৰহেৰে বাট চাইছে ৮ ফেব্ৰুৱাৰীলৈ। ৮ ফেব্ৰুৱাৰীত নিৰ্বাচন আয়োগে ঘোষণা কৰিব বিধানসভা নিৰ্বাচনৰ ফলাফলা। ফলাফল ঘোষণাৰ পূৰ্বে আজি প্ৰকাশ পালে EXIT POLL।

চূড়ান্ত ফলাফলৰ পূৰ্বে আজি কিছু সময় পূৰ্বে বিভিন্ন টেলিভিছন চেনেল আৰু সংস্থাই প্ৰকাশ কৰিছে এগজিট প’লৰ ফলাফল।

এগজিট প’ল হ’ল এনে এক ব্যৱস্থা, যাৰ জৰিয়তে নিৰ্বাচনৰ পূৰ্বে ফলাফলৰ এক অনুমান কৰা হয়। ভোটদানৰ পূৰ্বে ভোটাৰসকলৰ মাজত কৰা সমীক্ষাৰ ভিত্তিতে বিভিন্ন সংস্থাই ফলাফলৰ অনুমান কৰে।

ইয়াৰ জৰিয়তে সামগ্ৰিকভাৱে কোন দল বা কোন মিত্ৰজোঁট আগত থাকিব বা কোন পিছ পৰিব তাৰ এক পূৰ্বানুমান কৰা হয়।

Matrizeৰ সমীক্ষা অনুসৰি দিল্লীত এইবাৰ বিজেপিৰ চৰকাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দিল্লী নিৰ্বাচনত বিজেপিয়ে ৩৫ৰ পৰা ৪০ খন লাভ কৰাৰ সম্ভাৱনা। শাসনাধিষ্ঠ আপক দিছে ৩২ৰ পৰা ৩৫ খন আসন। ইফালে কংগ্ৰেছক দিছে মাত্ৰ এখন আসন।

পিপলছ ইনছাইটৰ সমীক্ষা অনুসৰি অৰিবন্দ কেজৰিৱালৰ আশাত চেচাপানী ঢালি এইবাৰ দিল্লীৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। সংস্থাটোৱে বিজেপিক দিছে ৪০ৰ পৰা ৪৪খন আসন। আনহাতে আপক দিয়া হৈছে ২৫ৰ পৰা ২৯ খন আসন।

ইফালে পিপলছ পালছৰ সমীক্ষা অনুসৰিও দিল্লীত বিজেপিৰ চৰকাৰ হোৱাৰ ইংগিত প্ৰদান কৰিছে। সংস্থাটোৰ সমীক্ষা অনুসৰি বিজেপিয়ে লাভ কৰিব ৫১ৰ পৰা ৬০ খন আসন। শাসনাধিষ্ঠ আপক দিছে মাত্ৰ ১০ৰ পৰা ১৯খন আসন।

আনহাতে চানক্য ষ্ট্ৰেটেজিৰ সমীক্ষা অনুসৰি দিল্লীত হ’ব বিজেপিৰ চৰকাৰ। তেওঁলোকৰ সমীক্ষা অনুসৰি বিজেপিয়ে লাভ কৰিব ৩৯ৰ পৰা ৪৪খন আসন আৰু আপে ২৫ৰ পৰা ২৮ খন আসন লাভ কৰিব।

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025