• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 15, 2026
22 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ অৰ্থনীতি টনকিয়াল কৰা ৬ জন মুছলমান ব্যৱসায়ী…

Nation NE by Nation NE
February 5, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ অৰ্থনীতি টনকিয়াল কৰা ৬ জন মুছলমান ব্যৱসায়ী…

অজিম প্ৰেমজি।

Share on FacebookShare on TwitterWhatsApp

ভাৰতত আছে বহু ধনাঢ্য ব্যৱসায়ী। এই ব্যৱসায়ী তথা উদ্যোগপতিসকলৰ ভিতৰত এনে ৬ গৰাকী মুছলমান উদ্যোগপতি আছে যিয়ে ভাৰতক বিশ্বৰ মানচিত্ৰত উজলাই ৰাখিছে। এই কেইগৰাকী উদ্যোগপতিৰ ব্যৱসায় বিদেশতো সম্প্ৰসাৰিত হৈ আছে।

জানো আহক এই ৬ গৰাকী মুছলমান উদ্যোগপতিৰ কিছু সবিশেষ

অজিম প্ৰেমজি

অজিম প্ৰেমজি হৈছে ভাৰতৰ আটাইতকৈ ধনাঢ্য ব্যৱসায়ী। উইপ্ৰো কোম্পানীৰ মালিক হৈছে অজিম প্ৰেমজি।

মেৰাজ মনাল

ভাৰতৰ দ্বিতীয়জন ধনাঢ্য উদ্যোগপতি হৈছে মেৰাজ মনাল। হিমালয়াৰ দৰে বিশাল হাৰ্বেল কোম্পানীৰ মালিক মেৰাজ মনাল।

ৰফিক মালিক

ৰফিক মালিক হৈছে ভাৰতৰ তৃতীয়জন ধনাঢ্য মুছলমান ব্যৱসায়ী। ৰফিক মালিক হৈছে মেট্ৰ’ৰ দৰে বৃহত ফুটৱেৰ কোম্পানীৰ স্বত্তাধিকাৰী।

ইউছুফ আলী

মুছলমান ব্যৱসায়ীৰ ভিতৰত ইউছুফ আলী হৈছে চতুৰ্থজন ধনাঢ্য ব্যৱসায়ী। ভাৰতৰ প্ৰায়বোৰ ৰাজ্যৰ আগশাৰীৰ চহৰত থকা লুলু মলৰ মালিক হৈছে ইউছুফ আলী।

শ্বাহনাজ হুছেইন

শ্বাহনাজ হুছেইন হৈছে পঞ্চমগৰাকী ধনী মুছলমান ব্যৱসায়ী। মহিলা ধনাঢ্য ব্যৱসায়ীৰ তালিকাত তেওঁ আছে শীৰ্ষ স্থানত। শ্বাহনাজ হুছেইনে ছাল আৰু সৌন্দৰ্যৰ বাবে তৈয়াৰ কৰে হাৰ্বেল ক্ৰিম। এওঁৰ কোম্পানীৰ নাম হৈছে শ্বাহনাজ হাৰ্বেল ইংক।

ইউছুফ খাজা হামিদ

ভাৰতৰ ধনাঢ্য মুছলমান ব্যৱসায়ীৰ তালিকাৰ ষষ্ঠ স্থানত আছে ইউছুফ খাজা হামিদ। জনপ্ৰিয় তথা চৰ্চিত ঔষধ কোম্পানী চিপলাৰ মালিক ইউছুফ খাজা হামিদ।

Tags: IndiaMuslilm Businessman

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 15, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আজি মহা শিৱৰাত্ৰি, জানক মহা শিৱৰাত্ৰিৰ ব্ৰত পালনৰ বিশেষ নিয়ম
Top News

আজি মহা শিৱৰাত্ৰি, জানক মহা শিৱৰাত্ৰিৰ ব্ৰত পালনৰ বিশেষ নিয়ম

February 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 15, 2026
ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিলে কি কি লোকচানৰ সন্মুখীন হ’ব ভাৰত?
Top News

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিলে কি কি লোকচানৰ সন্মুখীন হ’ব ভাৰত?

February 14, 2026
কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী
Top News

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

February 14, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আজি মহা শিৱৰাত্ৰি, জানক মহা শিৱৰাত্ৰিৰ ব্ৰত পালনৰ বিশেষ নিয়ম

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিলে কি কি লোকচানৰ সন্মুখীন হ’ব ভাৰত?

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025