• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভোট গণনা কেনেকৈ হয়, গণনাৰ এটা ৰাউণ্ড কিমান দিন? জানক সকলো…

Nation NE by Nation NE
February 8, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কাৰ দখলত দিল্লী? নিৰ্ণয় হ’ব ৭০টা সমষ্টিত ৭০০ প্ৰাৰ্থীৰ ভাগ্য
Share on FacebookShare on TwitterWhatsApp

আজি পুৱা ৮ বজাৰ পৰা দিল্লী নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হ’ব। শনিবাৰে সন্ধিয়াৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া ভোটগণনাৰ পিছতে জানিব পৰা যাব দিল্লীৰ ৭০খন আসনৰ পৰিস্থিতি।

এগজিট প’লত যি ছবি ওলাব, তাৰ পিছতেই সন্ধিয়ালৈকে ফলাফল ওলাব যে কোনে দিল্লীত চৰকাৰ গঠন কৰিব।

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ৬৪ নং ধাৰাত কোৱা হৈছে যে, সংশ্লিষ্ট সমষ্টিৰ ৰিটাৰ্নিং অফিচাৰ (আৰ অ’)ৰ তত্বাৱধানত ভোটগণনা হ’ব। কোনো এটা অঞ্চলত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্বও আছে আৰ অ’ৰ। নিৰ্বাচনত সংশ্লিষ্ট জিলাৰ জিলা দণ্ডাধীশক ৰিটাৰ্নিং অফিচাৰ কৰা হয়। যদি এখন জিলাত এটাতকৈ অধিক সমষ্টি থাকে, তেন্তে আন চৰকাৰী কৰ্মচাৰীক নিৰ্বাচনী বিষয়া বনাব পাৰি। ৰাজ্য চৰকাৰৰ পৰামৰ্শমতে, নিৰ্বাচন আয়োগে নিৰ্বাচিত কৰে।

ভোট গণনাৰ তাৰিখ নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰে। কিন্তু ভোট গণনা ক’ত হ’ব সেইটো নিৰ্ণয় কৰাটো ৰিটাৰ্ণিং অফিচাৰৰ কাম। সাধাৰণতে বেছিভাগ অঞ্চলতে এটা গণনা স্থান থাকে। যেনে- নিৰ্বাচনী বিষয়াৰ মুখ্য কাৰ্যালয়, যিটো সাধাৰণতে জিলা সদৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ অধীনত ভোটগণনা কৰা হয়।

ভোটদানৰ পিছত ইভিএমসমূহ ষ্ট্ৰং ৰুমত ৰখা হয়। কটকটীয়া নিৰাপত্তা থাকে যদিও গণনাৰ দিনটোত প্ৰতিনিধি প্ৰাৰ্থীৰ উপস্থিতিত গণনা স্থানত খুলি দিয়া হয়। ইয়াৰ পিছত আৰ অ’ৰ তত্বাৱধানত তেওঁ নিযুক্তি দিয়া গণনা তত্বাৱধায়কসকলে ভোট গণনা আৰম্ভ কৰে।

গণনাৰ সময়ত যেতিয়া ১৪টা ইভিএমত দিয়া সকলো ভোট গণনা কৰা হয়, তেতিয়া ইয়াক এটা ৰাউণ্ড বা এটা চক্ৰ হিচাপে গণ্য কৰা হয়। এইদৰে সমগ্ৰ ভোটগণনাতে কেইবাটাও ৰাউণ্ড হয়। প্ৰতিটো ৰাউণ্ডৰ ফলাফলৰ লগতে কোনজন প্ৰাৰ্থীয়ে আগবাঢ়ি আছে সেয়াও কোৱা হয়।

ভোটগণনা সম্পূৰ্ণ হোৱাৰ পিছত ৰিটাৰ্ণিং অফিচাৰে ফলাফল ঘোষণা কৰে। ইয়াৰ পিছত তেওঁ বিজয়ী প্ৰাৰ্থীক প্ৰমাণ পত্ৰ দিয়ে। ভোট গণনাৰ সময়ত নিৰ্বাচন আয়োগৰ ৱেবছাইটতো এই পৰিসংখ্যা আপডেট দি থাকে।

Tags: #DelhiElectionVoting

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025