• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভগবান হনুমানৰ ভক্ত এই মুছলমান শাসক কোন আছিল? জানক অযোধ্যাৰ আৰু লক্ষ্ণৌৰ হনুমান মন্দিৰৰ কাহিনী…

Nation NE by Nation NE
February 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভগবান হনুমানৰ ভক্ত এই মুছলমান শাসক কোন আছিল? জানক অযোধ্যাৰ আৰু লক্ষ্ণৌৰ হনুমান মন্দিৰৰ কাহিনী…
Share on FacebookShare on TwitterWhatsApp

পৱনপুত্ৰ হনুমানৰ বহুতো ভক্ত আছে। হনুমান জীৰ ভক্তৰ তালিকাত মুছলমান ভক্তৰ নামো অন্তৰ্ভুক্ত। হনুমান জীয়ে নিজৰ সকলো ভক্তক বিপদৰ পৰা মুক্ত কৰে।

জ্ঞান, শক্তি আৰু শৌৰ্য্যৰ লগতে তেওঁৰ মমতাই তেওঁক মহান কৰি তোলে। বহু পৌৰাণিক কাহিনীত উল্লেখ আছে যে, আজিও হনুমানজীয়ে মানুহক কলিযুগৰ অসুবিধা দূৰ কৰাত সহায় কৰে। হনুমানজীক ভক্তিৰে স্মৰণ কৰিলে সকলো ভক্তৰে দুখ নাশ হয়।

কিন্তু আপুনি জানি আচৰিত হ’ব যে- কিছুমান বিখ্যাত হনুমান মন্দিৰ আছে, যি মুছলমান ভক্তই নিৰ্মাণ কৰিছিল। হনুমান জীয়ে এই মুছলমান ভক্তসকলক তেওঁলোকে সন্মুখীন হোৱা বিপদ আৰু অসুবিধাৰ পৰা উদ্ধাৰ কৰে বুলি তেওঁলোকে বিশ্বাস কৰে। অযোধ্যাৰ বিখ্যাত হনুমান গড়ী মন্দিৰ আৰু লক্ষ্ণৌৰ আলিগঞ্জ হনুমান মন্দিৰ মুছলমান ভক্তই নিৰ্মাণ কৰে। এই মন্দিৰ নিৰ্মাণৰ আঁৰত আমোদজনক কাহিনীও জড়িত হৈ আছে।

ৰামনগৰী অযোধ্যাত অৱস্থিত হনুমান মন্দিৰ প্ৰায় ৩০০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল। ১৭৮৩ চনৰ ৬ জুনত লক্ষ্ণৌৰ আলিগঞ্জৰ মহাবীৰা মন্দিৰ নিৰ্মাণ কৰা হৈছিল। এই দুয়োটা মন্দিৰ মুছলমান শাসকে নিৰ্মাণ কৰিছিল।

হনুমান গড়ী মন্দিৰ, অযোধ্যা

অযোধ্যাৰ ভগৱান শ্ৰীৰাম নগৰত অৱস্থিত হনুমানগড়ী মন্দিৰ। অযোধ্যাৰ সৰ্যু নদীৰ সোঁপাৰৰ ওখ টিলাত অৱস্থিত হনুমান মন্দিৰলৈ নোযোৱাকৈ ভগৱান ৰামৰ পূজা আধৰুৱা বুলি গণ্য কৰা হয়। এই মন্দিৰটো দেশৰ অন্যতম বিখ্যাত মন্দিৰ, যিটো মুছলমান ৰজাই নিৰ্মাণ কৰিছিল।

ইতিহাসবিদসকলৰ মতে প্ৰায় ৩০০ বছৰ পূৰ্বে এই ঠাইৰ চুলতান আছিল মনছুৰ আলী। এদিনাখন ৰাতি তেওঁৰ একমাত্ৰ পুত্ৰৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে। স্বাস্থ্যৰ ইমানেই অৱনতি ঘটে যে পুত্ৰৰ জীৱন ৰক্ষা কৰাটো তেওঁৰ বাবে কঠিন যেন লাগে। তেতিয়া তেওঁৰ দৰবাৰৰ কোনোৱে আহি চুলতান আলী মনছুৰক হনুমানক পূজা কৰিবলৈ পৰামৰ্শ দিয়ে। পুত্ৰৰ প্ৰাণ ৰক্ষাৰ বাবে চুলতানে ভক্তি হনুমানক ভক্তিৰে প্ৰাৰ্থনা কৰে।

ইয়াৰ পিছতেই হনুমানজীৰ কৃপাত পুত্ৰৰ উশাহ-নিশাহ স্বাভাৱিক হৈ পৰে আৰু সুস্থ হৈ উঠে। এই ঘটনাৰ পিছতে চুলতানৰ হনুমানজীৰ প্ৰতি ভক্তি বাঢ়ি যায়। চুলতানে নিজৰ ৫২ বিঘা মাটি মন্দিৰ আৰু অমিতা বনাঞ্চলৰ বাবে দান কৰে। পিছলৈ সন্ত অভয়াৰামদাসৰ সহায় আৰু পথ প্ৰদৰ্শনত সেই ঠাইত হনুমান মন্দিৰ নিৰ্মাণ কৰা হয়, যিটো হনুমান গড়ী নামেৰে জনাজাত।

আলিগঞ্জ হনুমান মন্দিৰ, লক্ষ্ণৌ

একেদৰে লক্ষ্ণৌৰ আলিগঞ্জতো এটা হনুমান মন্দিৰ নিৰ্মাণ কৰা হৈছিল। প্ৰায় ২০০ বছৰ পূৰ্বে আৱধৰ প্ৰাক্তন নবাব মহম্মদ আলী শ্বাহ আৰু তেওঁৰ বেগম ৰাবিয়াৰ কোনো সন্তান জন্ম হোৱা নাছিল। বহু প্ৰাৰ্থনাৰ পিছতো তেওঁলোকৰ সন্তান নাছিল। তেতিয়া কোনোৱে ৰবিয়াক হিন্দু সাধু এজনৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়ে। সন্তান নথকাৰ বাবে বেগম ইমানেই অসুখী হৈ পৰিছিল, যে তেওঁ সাধুজনৰ ওচৰলৈ যায়। সাধুজনে বেগমক হনুমানজীক সঁচা হৃদয়েৰে পূজা কৰিবলৈ কয়।

কথামতেই বেগমে হনুমান জীক পূজা কৰিবলৈ ধৰে। তেওঁ সপোনত হনুমান জীক দেখিবলৈ পায়। সপোনত হনুমান জীয়ে বেগমক কয় যে, ইছলামবদ্দা টিলাৰ তলত পুতি থোৱা মূৰ্তিটো উলিয়াই যেন মন্দিৰ নিৰ্মাণ কৰে। কথামতেই টিলাটো খনন কৰাৰ সময়ত প্ৰকৃততে তাত হনুমানজীৰ প্ৰতিমূৰ্তি পোৱা গৈছিল। ইয়াৰ পিছতেই হনুমানজীৰ আদেশ অনুসৰি বেগমে মন্দিৰটো সংস্কাৰ কৰে। ইয়াৰ পিছত মহম্মদ আলী শ্বাহ আৰু বেগম ৰবিয়াই সন্তান জন্ম দিয়াৰ সুখ লাভ কৰে।

Tags: HanumanTempleWorship

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025