• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দিল্লীত RSSৰ নতুন সদৰ দপ্তৰ, ৩টাকৈ বহুমহলীয়া অট্টালিকাৰে নিৰ্মাণ এই কাৰ্যালয়

      Nation NE by Nation NE
      February 13, 2025
      in Top News
      0 0
      দিল্লীত RSSৰ নতুন সদৰ দপ্তৰ, ৩টাকৈ বহুমহলীয়া অট্টালিকাৰে নিৰ্মাণ এই কাৰ্যালয়
      Share on FacebookShare on TwitterWhatsApp

      সাজু হৈ উঠিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দিল্লী কাৰ্যালয়ৰ ‘কেশৱ কুঞ্জ’ৰ নতুন ভৱন। ১৯৬২ চনৰ পৰা এই সংস্থাটোৱে ইয়াত কাম কৰি আহিছে।

      ২০১৮ চনত আৰম্ভ হোৱা এই ভৱনৰ নতুন নিৰ্মাণ ৮ বছৰৰ পিছত সম্পূৰ্ণ হ’ব।তিনিটাকৈ বহুমহলীয়া অট্টালিকাৰে পৰিবেষ্টিত আৰ এছ এছ এৰ এই নতুন দপ্তৰ অচিৰেই উদ্ধোধন কৰিব সংঘ প্ৰধান মোহন ভাগৱতে।

      গুজৰাটৰ আৰ্কিটেক্ট ‘অনুপ দবে’য়ে এই ভৱনৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছে। ৩.৭৫ বিঘা ১৫০ কোটিৰে এই ভৱনৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হৈছে। ১২ মহলাৰে এই অট্টালিকা নিৰ্মাণ কৰা হৈছে। ইয়াত ৩০০ টা ৰুম আছে। কোৱা হৈছে যে, অট্টালিকা নিৰ্মাণৰ বাবে এই ধনৰাশি ৭৫ হাজাৰ লোকে দান কৰিছে।

      মূল অট্টালিকাটো বিশ্ব হিন্দু পৰিষদৰ নেতা অশোক সিংঘলৰ স্মৃতিত বনোৱা হৈছে, যি অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য সমৰ্থকৰ মাজত এজন আছিল।

      সূত্ৰই জনোৱা অনুসৰি,  RSS ৰ এই কাৰ্যালয়ত বিষয়া আৰু প্ৰচাৰকৰ বাবে থকাৰ ব্যৱস্থাৰ লগতে পুথিভঁৰাল, স্বাস্থ্যসেৱা আৰু নলা পৰিশোধন প্লাণ্ট আছে। ইয়াৰ মুঠ শক্তিৰ প্ৰয়োজনীয়তাৰ এটা অংশ পূৰণ কৰিবলৈ ইয়াৰ সৌৰশক্তিৰ সুবিধাও আছে।

      তদুপৰি পানী সংৰক্ষণৰ ব্যৱস্থাৰ লগতে সংগ্ৰহালয়ৰ ব্যৱস্থাও আছে। অট্টালিকাটোত হাজাৰৰো অধিক দুৱাৰ ফ্ৰেম গ্ৰেনাইটৰ পৰা তৈয়াৰ কৰা হৈছে।

      এই কাৰ্যালয়ত RSS ৰ সৈতে জড়িত সাপ্তাহিক আলোচনী পঞ্চজন্যা আৰু অৰ্গেনাইজাৰৰ লগতে প্ৰকাশন কোম্পানী সুৰুচি প্ৰকাশন আৰু ইতিহাস সংগ্ৰহৰ কাৰ্যালয়ও থাকে।

      কেম্পাছৰ পিছফালে থকা মুকলি খেলপথাৰত আৰ এছ এছৰ প্ৰতিষ্ঠাপক সৰসংঘচালক ড০ কেশৱ ৰাও বলিৰাম হেডগেৱাৰৰ জীৱন্ত আকাৰৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে, যাৰ সন্মুখত নিয়মীয়া অনুশীলন অনুষ্ঠিত হ’ব।

      ২১ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈ বেংগালুৰুত অনুষ্ঠিত হ’ব সংঘৰ সৰ্বভাৰতীয় প্ৰতিনিধি সভাৰ বৈঠক। সংঘৰ এই সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাটোত সংঘ আৰু ইয়াৰ সংযুক্ত সংগঠনসমূহৰ উচ্চপদস্থ বিষয়াকে ধৰি প্ৰায় ১৫০০ লোকে অংশগ্ৰহণ কৰে।

      এই বৈঠকত সাংগঠনিক বিষয়ৰ লগতে বহু ডাঙৰ ডাঙৰ প্ৰাসংগিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰা হয় আৰু বহু বিষয়ত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

      Tags: #DelhiBJPRSS

      Related Posts

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      July 25, 2025
      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন
      Top News

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

      July 24, 2025
      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

      শীৰ্ষ সংবাদ

      চৰকাৰী ভূমিৰ লগতে মহাবিদ্যালয়ৰ নামত আৱন্তিত ভূমিও বেদখল সন্দেহজনক লোকৰ

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist