• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 18, 2025
28 °c
Guwahati
26 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আজি কোনবোৰ ৰাশিৰ লোকৰ বাবে শুভ; জানক ৰাশিফল

    ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ

    ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি কোনবোৰ ৰাশিৰ লোকৰ বাবে শুভ; জানক ৰাশিফল

    ধুবুৰীৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ, ২০০০টা পৰিয়াললৈ জাননী

    ধুবুৰীৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ, ২০০০টা পৰিয়াললৈ জাননী

    পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা, প্ৰায় ২০ ধৰি সন্ধানধীন মহিলা….

    পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা, প্ৰায় ২০ ধৰি সন্ধানধীন মহিলা….

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী ৰাজ্যসভাৰ দুই প্ৰাৰ্থী কনাড পুৰকায়স্থ আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

    বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী ৰাজ্যসভাৰ দুই প্ৰাৰ্থী কনাড পুৰকায়স্থ আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      সুখকৰ হ’বনে আপোনাৰ আজিৰ দিনটো? পঢ়ক ৰাশিফল

      Nation NE by Nation NE
      February 15, 2025
      in Top News, অসম
      0 0
      ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো…
      Share on FacebookShare on TwitterWhatsApp

      মেষ ৰাশি: আজিৰ দিনটোত আপোনাৰ চকু আৰু কাণ খোলা ৰাখক। কাৰণ আজি আপুনি যথেষ্ঠ বাধাৰ সন্মুখীন হ’ব পাৰে৷ ভ্ৰমণৰ বাবে উচিত সময় নহয়৷ নতুন কাম আৰম্ভ নকৰাই ভাল, কাৰণ তাৰ বাবে আপুনি মনৰ পৰা সাজু হোৱা নাই৷ শৰীৰৰ যত্ন লওক আৰু ঠিক সময়ত খোৱা আৰু টোপনি যাওক। ধ্যান কৰক আৰু অলপ সময় অকলে থাকক, মনৰ অৱস্থা উন্নত হ’ব৷ শুভ সংখ্যা ২।

      বৃষ ৰাশি: আজি আপুনি নতুন দায়িত্ব পাব৷ সেইবাবে কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভান্বিত হʼব, ভাগৰি পৰিব৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে৷ শুভ সংখ্যা ৯।

      মিথুন ৰাশি: আজি আপোনাৰ কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে। নিন্দা আৰু পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত৷ শুভ সংখ্যা ৬।

      ককৰ্ট ৰাশি: বিশেষ কিছু বেয়া হোৱাৰ আশংকা আছে৷ আপুনি মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব৷ সেয়ে আপোনাৰ ভাল লগা কামত মন দিয়ক, যিয়ে আপোনাক চিন্তামুক্ত কৰিব পাৰে৷ খঙৰ পৰা মুক্ত থাকক৷ খৰচৰ মাত্ৰা বাঢ়িব৷ যোগ আৰু ধ্যানৰ যোগেদি মনক শান্ত কৰিব৷ শুভ সংখ্যা ১।

      সিংহ ৰাশি: শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো কঠিন। সন্তানক লৈ হোৱা দুঃশ্চিন্তাই আপোনাক অসুবিধা দি থাকিব পাৰে। শ্বেয়াৰ বজাৰ আৰু জুৱাই আপোনাক হতাশ কৰিব। সাৱধানে থাকক। আজি গোটেই দিনটো আপুনি পুৰণি দিনৰ কথা মনত পেলাই বিষণ্ণ হৈ থাকিব। বৌদ্ধিক আলোচনাত লিপ্ত নহ’ব। শুভ সংখ্যা ৯।

      কন্যা ৰাশি: আপোনাৰ কৰ্মজীৱনত অশান্তি আহিব পাৰে। স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল৷ আজি আপুনি ৰোমাঞ্চকৰ হৈ পৰিব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ প্ৰেমৰ সম্পর্ক ভাল হʼব৷ পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব। শুভ সংখ্যা ৪।

      তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক। আজি আপুনি আৰ্থিকভাৱে লাভবান হ’ব পাৰে। স্ত্ৰীভাগ্য আপোনাৰ অনুকূলে থাকিব। আপোনাৰ প্ৰিয়জনসকলে আপোনাৰ মৰমীয়াল দিশটোৰ উমান পাব। আজিৰ দিনটো নতুন কাম হাতত লোৱাৰ বাবে শুভ। শুভ সংখ্যা ৭।

      বৃশ্চিক ৰাশি: আজি আপোনাৰ ৰোমাঞ্চকৰ পাৰ্টী কৰিবলৈ মন যাব পাৰে। শুভবাৰ্তা লাভ কৰিব। আপুনি আজি প্ৰায় সফল হʼব। বহুতো ব্যক্তিৰ লগত সংযোগ হʼব৷ আপোনাৰ প্ৰেম সম্পর্কত মনোযোগ দিয়ক৷ শুভ সংখ্যা ১।

      ধনু ৰাশি: আজি বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব৷ আপুনি প্ৰায় সফল হʼব৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে৷ শুভ সংখ্যা ৩।

      মকৰ ৰাশি: গ্ৰহৰ দশা আজি অলপ ভাল৷ লক্ষ্মীদেৱীৰ কৃপা আপোনাৰ ওপৰত থাকিব, কামৰ ফল ভোগ কৰক৷ সামাজিক কামত কৃতকাৰ্য হ’ব৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটাওক৷ ভাল শৰীৰ আৰু মনে পৰিয়ালৰ লগত পৰ্যটন ক্ষেত্ৰ ভ্ৰমণত উৎসাহিত কৰিব৷ শুভ সংখ্যা ৮।

      কুম্ভ ৰাশি: আপোনাৰ নিজা গ্ৰহৰ প্ৰভাব আপোনাৰ ওপৰত ভালকৈ পৰা যেন লাগে৷ আপুনি আপোনাৰ বন্ধু আৰু প্ৰিয়জনৰ চকুৰ মণি হৈ পৰিব৷ প্ৰিয়জনৰ শুভেচ্ছা লাভ কৰিব৷ নতুন বন্ধুত্ব আৰু ব্যৱসায়িক সম্পৰ্ক লাভদায়ক হ’ব৷ প্ৰিয়জনৰ লগত ৰোমাণ্টিক ভ্ৰমণত যাব পাৰে৷ ঘৰৰ পৰা ভাল খবৰ পাব পাৰে আৰু কৰ্মক্ষেত্ৰত সফলতাৰ খবৰ আহিব৷ কামৰ বোজাই আপোনাক ভাগৰুৱা কৰি তুলিব৷ শুভ সংখ্যা ৫।

      মীন ৰাশি: খৰচ আৰু জমাৰ হিচাপ একে থাকিব৷ ধাৰে লোৱা আৰু আনক ধাৰে দিয়াৰ পৰা কিছুদিন আঁতৰি থাকক৷ আপোনাৰ তিক্ততাপূৰ্ণ অভিজ্ঞতা হ’ব পাৰে কাৰণ আপোনাৰ কথাক আনে বেলেগ দিশৰ পৰা চাব৷ ফলত ভুল বুজাবুজি হ’ব পাৰে৷ শৰীৰৰ যত্ন লওক আৰু মানসিক শান্তিৰ বাবে চেষ্টা কৰক৷ শুভ সংখ্যা ৮।

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! ইজৰাইলৰ আক্ৰমণত ইৰাণৰ ১২০০ৰো অধিক আহত, নিহত হৈছে ২৪৪ জন
      Top News

      ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰাৰ পৰিকল্পনা!ইজৰাইলৰ বাবে আমেৰিকাই যুদ্ধত জঁপিয়াই পৰিব নেকি?

      June 18, 2025
      সোণম-ৰাজা ৰঘুবংশী অন্তৰ্ধান হোৱাৰ পূৰ্বে বিগত ১২ ঘণ্টাত মেঘালয়ৰ প্ৰত্যক্ষদৰ্শীৰ সকলো তথ্য প্ৰকাশ, ১৭ দিনৰ সমগ্ৰ কাহিনী জানক…
      Top News

      SITৰ তদন্তত প্ৰকাশ পালে Dark Secret, জানক কি হৈছিল ৰাজা ৰঘুবংশীৰ সৈতে…

      June 18, 2025
      ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!
      Top News

      ইৰাণত আবদ্ধ হৈ থকা ভাৰতীয়ক বায়ুসেনাৰ উভোতাই অনাৰ বৃহৎ পৰিকল্পনা, সংকেত পোৱাৰ লগে লগে আৰম্ভ হ’ব অভিযান

      June 18, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আজি কোনবোৰ ৰাশিৰ লোকৰ বাবে শুভ; জানক ৰাশিফল

      June 18, 2025
      আমি জানো খামেনী ক’ত লুকাই আছে, বিনা চৰ্তে আত্মসমৰ্পণ কৰক : ইৰাণক ধমক ট্ৰাম্পৰ
      Top News

      আমি জানো খামেনী ক’ত লুকাই আছে, বিনা চৰ্তে আত্মসমৰ্পণ কৰক : ইৰাণক ধমক ট্ৰাম্পৰ

      June 17, 2025
      ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ
      Top News

      ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ

      June 17, 2025

      শীৰ্ষ সংবাদ

      ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰাৰ পৰিকল্পনা!ইজৰাইলৰ বাবে আমেৰিকাই যুদ্ধত জঁপিয়াই পৰিব নেকি?

      SITৰ তদন্তত প্ৰকাশ পালে Dark Secret, জানক কি হৈছিল ৰাজা ৰঘুবংশীৰ সৈতে…

      ইৰাণত আবদ্ধ হৈ থকা ভাৰতীয়ক বায়ুসেনাৰ উভোতাই অনাৰ বৃহৎ পৰিকল্পনা, সংকেত পোৱাৰ লগে লগে আৰম্ভ হ’ব অভিযান

      আজি কোনবোৰ ৰাশিৰ লোকৰ বাবে শুভ; জানক ৰাশিফল

      আমি জানো খামেনী ক’ত লুকাই আছে, বিনা চৰ্তে আত্মসমৰ্পণ কৰক : ইৰাণক ধমক ট্ৰাম্পৰ

      ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP