• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 14, 2025
18 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ভাৰতত দুভৰিৰ যাদু দেখুৱাব ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে! এফ চি গোৱাৰ বিৰুদ্ধে খেলিব আল নাছাৰ

Nation NE by Nation NE
August 15, 2025
in BIG BREAKING, Top News, ক্ৰীড়া
0 0
ভাৰতত দুভৰিৰ যাদু দেখুৱাব ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে! এফ চি গোৱাৰ বিৰুদ্ধে খেলিব আল নাছাৰ
Share on FacebookShare on TwitterWhatsApp

দুভৰিৰ যাদুৰে কোটি কোটি ফুটবল প্ৰেমীৰ হৃদয় জয় কৰা বিশ্বৰ অন্যতম সফল ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক হয়তো ভাৰতৰ ভূমিত খেলা দেখা যাব পাৰে। যদিহে ভাৰতলৈ খেলিব আহে তেন্তে ভাৰতত থকা কোটি-কোটি ৰ’নাল্ডো অনুৰাগীৰ বাবে ইয়াতকৈ ডাঙৰ আনন্দৰ খবৰ একোৱেই নহ’ব।

দৰাচলতে এ এফ চি চেম্পিয়নছ লীগ টুৰ ড্ৰ’ত ভাৰতৰ এফ চি গোৱা দলক ৰ’নাল্ডোৱে প্ৰতিনিধিত্ব কৰা ছৌদি আৰৱৰ ক্লাব আল নাছাৰৰ সৈতে গ্ৰুপ ডিত স্থান দিয়া হৈছে।

এ এফ চি চেম্পিয়নছ লীগ টুৰ ড্ৰ’ত ভাৰতৰ এফ চি গোৱা দলৰ উপৰি আল নাছাৰ, ইৰাকৰ আল জাৱৰা এফ চি আৰু তাজিকিস্তানৰ এফ চি ইষ্টিকলকো গ্ৰুপ ডিত স্থান দিয়া হৈছে।

যদি ক্রিষ্টিয়ানো ৰ’নাল্ডো সম্পূৰ্ণ সুস্থ হৈ থাকে তেন্তে তেওঁ এই মেচখন খেলিবলৈ ভাৰতলৈ অহাৰ সম্ভাৱনা আছে যদিও তেওঁৰ চুক্তিৰ এটা দফাই সমস্যা হিচাপে দেখা দিব পাৰে। চুক্তি অনুসৰি, তেওঁক যিকোনো প্রতিযোগিতাত বিদেশত অনুষ্ঠিত হোৱা মেচৰ বাবে যাত্ৰা কৰাত বাধা দিয়ে।

এ এফ চি চেম্পিয়নছ লীগ টু প্ৰতিযোগিতাত দলসমূহে বিদেশৰ মাটিৰ লগতে ঘৰুৱা খেলপথাৰতো মেচত অংশ ল’ব লাগিব।

উল্লেখ্য যে, এই প্ৰতিযোগিতাখনত মুঠ ৩২টা দলে অংশগ্ৰহণ কৰিছে, যিবোৰক ১৬টাকৈ পূব আৰু পশ্চিম জ’নত ভাগ কৰা হৈছে। ইয়াৰ পিছত সকলো দলকে চাৰিটাকৈ ৮টা গ্ৰুপত স্থান দিয়া হৈছে আৰু প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২টা দলে ৰাউণ্ড অৱ ১৬ত নিজৰ স্থান নিশ্চিত কৰিব।

এই প্ৰতিযগিতাখনৰ গ্ৰুপ ষ্টেজৰ মেচসমূহ অহা ১৬ ছেপ্তেম্বৰৰ পৰা ২৪ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব।

Tags: AFC Champions LeagueAl-Nassr FCCristiano RonaldoFC GoaIndia

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025
সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025