• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
21 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; প্ৰতি বছৰে ২৫ জুনত পালন কৰা হ’ব এই দিৱস

Nation NE by Nation NE
July 12, 2024
in BIG BREAKING, Top News, ৰাষ্ট্ৰীয়
0 0
মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; প্ৰতি বছৰে ২৫ জুনত পালন কৰা হ’ব এই দিৱস
Share on FacebookShare on TwitterWhatsApp

ইণ্ডিৰা গান্ধীয়ে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাক লৈ শাসক-বিৰোধীৰ মাজত চলি থকা বিতৰ্কৰ মাজতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৰিছে এক ডাঙৰ ঘোষণা। গৃহমন্ত্ৰী অমিত শ্বাহে আজি এক্সযোগে কৰা ঘোষণা অনুসৰি এতিয়াৰে পৰা প্ৰতিবছৰে ২৫ জুন তাৰিখটো ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰা হ’ব।

১৯৭৫ চনৰ ২৫ জুনত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল আৰু লাখ লাখ লোকক কাৰাৰুদ্ধ কৰা হৈছিল বুলিও এক্সযোগে উল্লেখ কৰে অমিত শ্বাহে।

শ্বাহে লগতে কয় যে ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত অমানৱীয় যন্ত্ৰণা সহ্য কৰা সকলোৰে মহৎ অৱদানক ‘সংবিধান হত্যাকাণ্ড দিৱস’ৰ দিনটোত স্মৰণ কৰা হ’ব।

এই সন্দৰ্ভত তেওঁ এক্সযোগে লিছিছে, ‘ভাৰত চৰকাৰে প্ৰতি বছৰে ২৫ জুন তাৰিখক ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ অমানৱীয় যন্ত্ৰণা সহ্য কৰা সকলোৰে মহান অৱদানক এই দিনটোত স্মৰণ কৰা হ’ব’।

ভাৰত চৰকাৰৰ তৰফৰ পৰা ২৫ জুনক ‘সংবিধান হত্যা দিৱস’ হিচাপে উদযাপন কৰিবলৈ এক অধিসূচনাও জাৰি কৰা হৈছে।

Tags: Amit ShahEmergencyIndira GandhiJune 25Narendra ModiSamvidhaan Hatya Diwas

Related Posts

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?
Top News

February 2, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

February 2, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 2, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025