Monday, January 26, 2026
20 °c
Guwahati
21 ° Wed
21 ° Thu
Language -
অসমীয়া
  • English

আন্তঃ ৰাষ্ট্ৰীয়

ব্ৰাজিলত আৰক্ষীৰ সৰ্ববৃহৎ অভিযান, ৰিঅ’ ডি জেনেইৰ’ত ১৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

দক্ষিণ আমেৰিকাৰ দেশ ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেইৰ’ত ২৮ অক্টোবৰত আৰক্ষীৰ এক বৃহৎ অভিযান আৰম্ভ হয়। প্ৰায় ২৫০০ আৰক্ষী বিষয়া...

Read moreDetails

ৰাছিয়াৰ এই পদক্ষেপে ক্ষুব্ধ কৰিছে আমেৰিকাক! ট্ৰাম্পে জাৰি কৰিছে বৃহৎ পাৰমাণৱিক অস্ত্ৰৰ আদেশ…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰতিৰক্ষা বিভাগে পাৰমাণৱিক অস্ত্ৰ সন্দৰ্ভত এক বৃহৎ নিৰ্দেশ জাৰি কৰিছে। ৰাছিয়াৰ সৈতে চলি থকা বিবাদৰ মাজতে...

Read moreDetails

চীনৰ ওপৰত শুল্ক হ্ৰাস আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ, ছি জিনপিঙক সাক্ষাতৰ পিছতে ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ

প্ৰায় ছবছৰৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সাক্ষাৎ হয়। ৩০ অক্টোবৰত দক্ষিণ কোৰিয়াৰ বুছানত দুয়োৰে...

Read moreDetails

বাংলাদেশৰ ষড়যন্ত্ৰ! অসমসহ উত্তৰ-পূৱক সামৰি বাংলাদেশৰ বিতৰ্কিত মেপ…

ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ব্লুপ্ৰিণ্ট বাংলাদেশৰ। পাকিস্তানৰ জ্যেষ্ঠ সামৰিক বিষয়া জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জাৰ বাংলাদেশ ভ্ৰমণৰ সময়তে সৃষ্টি হৈছে বিতৰ্কৰ। ইয়াৰ...

Read moreDetails

কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

কানাডাত সংঘটিত হৈছে আন এক গুলীচালনাৰ ঘটনা। এইবাৰ লৰেন্স বিষ্ণোই গেঙে সংঘটিত কৰিলে এই অপৰাধ। লৰেন্স গেংৰ সদস্য গোল্ডি ডিলনে...

Read moreDetails

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

অৱশেষত বিফল হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গাজা শান্তি চুক্তি। ইজৰাইলে পুনৰবাৰ গাজাত চলালে বিমান আক্ৰমণ। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে গাজাত...

Read moreDetails

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

আমেৰিকাত ট্ৰাম্প প্ৰশাসনে দমন কৰিছে অবৈধ অনুপ্ৰৱেশকাৰীক। ফলত ডাঙ্কি পথেৰে আমেৰিকালৈ যোৱা হাৰিয়ানাৰ ৫০ জন যুৱকক আমেৰিকাই বিতাড়িত কৰি ভাৰতলৈ...

Read moreDetails

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

উত্তৰ ইংলেণ্ডত এগৰাকী ২০ বছৰীয়া যুৱতীৰ সৈতে সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। ইয়াৰ পিছতে ব্ৰিটিছ আৰক্ষীয়ে জনসাধাৰণৰ ওচৰত জনায় এক...

Read moreDetails

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

তুৰস্কৰ পশ্চিম প্ৰদেশ মুগলাৰ উপকূলত ২৪ অক্টোবৰত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। প্ৰব্ৰজনকাৰীক কঢ়িয়াই অনা এখন ৰবৰৰ নাও মুগলাৰ উপকূলত...

Read moreDetails

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

অহা সপ্তাহৰ শেষত তিনিদিনীয়া ভ্ৰমণৰ বাবে দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিব চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুঙৰ আমন্ত্ৰণত...

Read moreDetails
Page 15 of 106 1 14 15 16 106

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist