Saturday, January 31, 2026
20 °c
Guwahati
21 ° Mon
21 ° Tue
Language -
অসমীয়া
  • English

ৰাষ্ট্ৰীয়

১৭ জন লোকেৰে ভৰা নাও ডুবিল নৈত; তিনিজনৰ মৃতদেহ উদ্ধাৰ, কেইবাজনো সন্ধানহীন

দেওবাৰে পুৱা বিহাৰৰ কাটিহাৰ জিলাত এক ডাঙৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। কাটিহাৰৰ আহমদাবাদৰ গংগা নৈত এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাত কেইবাজনো...

Read moreDetails

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে অৰবিন্দ কেজৰিৱালৰ বাহনৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে চলাই থকা প্ৰচাৰ কাৰ্যসূচীৰ মাজতে আপ প্ৰধান তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে সংঘটিত হৈছে...

Read moreDetails

দেশ জোকাৰি যোৱা কলিকতা কাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত

দেশ জোকাৰি যোৱা কলিকতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী কৰ্মৰত মহিলা চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ...

Read moreDetails

অতি আক্ৰমণাত্মক আক্ৰমণকাৰীৰ বাবে শিহৰিত হৈ উঠিছিল অভিনেত্ৰী কৰীনা কাপুৰ

শুকুৰবাৰে আৰক্ষীৰ এটা দলে অভিনেতা শ্বৈইফ আলী খানৰ সৈতে হোৱা নৃশংস আক্ৰমণৰ সময়ত ঘৰত উপস্থিত থকা পত্নী কৰীনা কাপুৰৰ বক্তব্য...

Read moreDetails

অতি ঘৃনণীয়, নিজ কন্যাক অনৈতিক কাৰ্যত লিপ্ত হ’বলৈ বাধ্য কৰালে পিতৃ-মাতৃয়ে

তামিলনাডুৰ চেন্নাইৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। চেন্নাইৰ এক দম্পতীয়ে নিজৰ কন্যাক বলপূৰ্বকভাৱে বেশ্যাবৃত্তিত নিয়োজিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ...

Read moreDetails

জানো আহক মহাকুম্ভ মেলাৰ আঁৰৰ কিছু আখ্যান

সুদীৰ্ঘ ১৪৪ বছৰ অপেক্ষাৰ অন্তত হিন্দুসকলৰ পৱিত্ৰ উৎসৱ মহাকুম্ভ মেলা ২০২৫ত প্ৰয়াগৰাজত অনুষ্ঠিত হয়, যি মানৱতাৰ এক বৃহৎ সমাৱেশ হিচাপে...

Read moreDetails

ৰাছিয়াৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজ দিয়া ১২ ভাৰতীয়ৰ মৃত্যু, ১৬জন নিৰুদ্দেশ

ৰাছিয়া সেনাৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজ দিয়া ১২ গৰাকী ভাৰতীয়ৰ মৃত্যু হোৱাৰ বিপৰীতে ১৬ জন এতিয়াও নিৰুদ্দেশ হৈ আছে। শুকুৰবাৰে...

Read moreDetails

ভাৰতৰ ৮ টা শ্ৰেষ্ঠ স্কুবা ডাইভিং স্পট, য’ত সাগৰৰ তলৰ সুন্দৰ পৃথিৱীখন চাব পাৰি

যদি আপুনি ভাবে যে, ভাৰত কেৱল মনোমোহা পাহাৰ, মঠ-মন্দিৰ আৰু খাদ্যৰ মাজতে সীমাবদ্ধ,  তেন্তে আপুনি এবাৰ ভাবি চোৱা উচিত। আমাৰ...

Read moreDetails

মহাকুম্ভত মুছলমান দেশৰ মহিলা, আয়োজন দেখি হৈ পৰিল আৱেগিক

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত চলি আছে মহাকুম্ভ। সনাতনী ধৰ্মৰ এই পৱিত্ৰ উৎসৱত অংশগ্ৰহণ কৰিবলৈ প্ৰয়াগৰাজৰ সংগমস্থলীত উপস্থিত হৈছে লাখ...

Read moreDetails

শ্বেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ মাজতে ৬টা পৰিসংখ্যাৰ পৰা বুজিব পাৰি কিমান নিৰাপদ সপোনৰ চহৰ মুম্বাই ?

বলীউডৰ অভিনেতা শ্বেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ পিছত পুনৰ প্ৰশ্ন উত্থাপন হৈছে সপোনৰ চহৰ মুম্বাইৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত। আম...

Read moreDetails
Page 118 of 205 1 117 118 119 205

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist