Saturday, January 31, 2026
20 °c
Guwahati
21 ° Sun
22 ° Mon
Language -
অসমীয়া
  • English

ৰাষ্ট্ৰীয়

প্ৰতিদিনে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এই ৭টা কাম কৰিলে নিয়ন্ত্ৰণত থাকে কলেষ্টেৰল

বৰ্তমান অস্বাস্থ্যকৰ জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে উচ্চ কলেষ্টেৰলৰ সমস্যা সাধাৰণ হৈ পৰিছে। ব্যস্ততাৰ বাবে একাংশ লোকে প্ৰায়ে নিজৰ স্বাস্থ্যৰ...

Read moreDetails

ৰাজঘাটত নিৰ্মাণ হ’ব প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্মৃতিসৌধ; প্ৰধানমন্ত্ৰীক ধন্যবাদ জীয়ৰীৰ

কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্মৃতিসৌধ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীয়ে কেন্দ্ৰীয়...

Read moreDetails

HMPV ভাইৰাছত আক্ৰান্ত হ’লে কি কৰিব? সবিস্তাৰে জনালে বিশেষজ্ঞ চিকিৎসকে

চীনৰ পৰা সম্প্ৰসাৰণ হোৱা HMPV নামৰ আন এক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ভাৰতত। এই ভাইৰাছৰ প্ৰথমটো ঘটনা ধৰা পৰিছে গুজৰাটৰ...

Read moreDetails

ঘোষণা কৰা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন; জানক সবিশেষ…

বহু প্ৰতিক্ষীত দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ল। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে...

Read moreDetails

দেশত দ্ৰুতগতিত বাঢ়িছে HMPVৰ সংক্ৰমণ

দেশত HMPV অৰ্থাৎ হিউমেন মেটাপনিউমোভাইৰাছৰ ৰোগী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। নাগপুৰতো নতুনকৈ এই ভাইৰাছত সংক্ৰমিত হোৱা দুজন ৰোগী ধৰা পৰিছে। এই...

Read moreDetails

ভাৰত পালেহি চীনৰ মাৰাত্মক ভাইৰাছ HMPV, কণমানিৰ দেহত ধৰা পৰিছে এই ভাইৰাছ

চীনত নতুন ভাবুকি হৈ পৰিছে হিউমেন মেটানিউমোভাইৰাছ। এই ভাইৰাছক এক প্ৰকাৰ ক’ভিড বুলিয়েই অভিহিত কৰা হৈছে। একাংশ বাতৰিত দাবী কৰা...

Read moreDetails

পিতৃ-মাতৃক অৱহেলা কৰিলে সন্তানে ঘূৰাই দিব লাগিব পৈত্ৰিক সম্পত্তি!

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে বৃদ্ধ পিতৃ-মাতৃৰ সম্পত্তি সন্দৰ্ভত এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যি বৃদ্ধ পিতৃ-মাতৃৰ বাবে যথেষ্ট লাভজনক হৈ...

Read moreDetails

‘বিপদ’ নহয় দিল্লীবাসীয়ে বিচাৰে উন্নয়ন : AAPক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

দিল্লী বিধানসভা নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে তপৰতা। এইবাৰৰ নিৰ্বাচনত শাসকীয় দল আপক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে আগ্ৰাসী প্ৰচাৰ অভিযান...

Read moreDetails

দুৰ্ঘটনাত পতিত উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ; পাইলটসহ ৩ জন লোকৰ মৃত্যু

গুজৰাটৰ পোৰবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এখন হেলিকপ্টাৰ। এই দুৰ্ঘটনাত এতিয়ালৈকে ৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা...

Read moreDetails

সাংবাদিকৰ সৈতে সংঘটিত ভয়ংকৰ ঘটনাৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ

চট্টীশগড়ৰ সাংবাদিক মুকেশ চন্দ্ৰাকৰ হত্যাকাণ্ডৰ সৈতে জড়িত তিনিজন লোকক শনিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা তিনিজনৰ ভিতৰত দুজন মুকেশৰ...

Read moreDetails
Page 121 of 205 1 120 121 122 205

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist