Monday, January 20, 2025
19 °c
Guwahati
20 ° Tue
20 ° Wed
Language -
অসমীয়া
  • English

ৰাষ্ট্ৰীয়

ইনষ্টাগ্ৰামত প্ৰেমৰ মায়াজাল ৰচি ১৩ বছৰীয়া কিশোৰীৰ সৈতে জঘন্য কাণ্ড ২১ বছৰীয়া যুৱকৰ

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে নাৰী অপৰাধজনিত ঘটনা। কলকাতা, অসমৰ লগতে আন কেইবাখনো ৰাজ্যৰ পিছত শেহতীয়াকৈ এনে এক জঘন্য ঘটনাই...

Read more

কিয় ৰাজকুমাৰ জাহাংগীৰে পিতৃ আকবৰৰ পৰা কাঢ়ি লৈছিল নৱৰত্ন?

মোগল সম্ৰাট ঔৰঙ্গজেৱক আটাইতকৈ নিষ্ঠুৰ শাসক বুলি কোৱা হৈছে। তেওঁ নিজৰ পিতৃ সম্ৰাট শ্বাহজাহানক আগ্ৰা ফৰ্টত বন্দী কৰি ৰাখে আৰু...

Read more

জানো আহক ক’ত আছে এছিয়াৰ সকলোতকৈ ধনী গাঁওখন

ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত গুজৰাটক শ্ৰেষ্ঠ স্থানত ৰখা হয়। এই গুজৰাটেই বিশ্বৰ কেইবাজনো ধনাঢ্য ব্যক্তি আৰু উদ্যোগপতিক জন্ম দিছে। গুজৰাটৰ...

Read more

এটি সুন্দৰ কেৰিয়াৰৰ পৰিসমাপ্তি! জানক বিদায় ক্ষণত কি ক’লে শিখৰ ধাৱানে

ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে ক্ৰিকেটাৰ শিখৰ ধাৱানে।সামাজিক মাধ্যমৰ জৰিয়তে এই বাতৰি আগবঢ়ায় খেলুৱৈগৰাকীয়ে। ২৪ আগষ্ট...

Read more

ভাৰতত আছে ৬ টা ইঞ্জিন চালিত ২৯৫ টা ডবাৰ এখন সৰ্ববৃহৎ ৰেল

ভাৰতীয় ৰেলৱে বিভাগটো বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত । প্ৰতিদিনে লাখ লাখ যাত্ৰীয়ে ৰেলযোগে যাত্ৰা কৰে । দেশত পূৰ্বতকৈ বিমান যাত্ৰা...

Read more

“হাইপাৰচেক্সুৱেলিটি ডিচঅৰ্ডাৰ”ৰ চিকাৰ কলকাতা কাণ্ডৰ মূল অভিযুক্ত, জানক কি এই ৰোগ

শেহতীয়াকৈ সংঘটিত হোৱা কলকাতাৰ জঘন্য কাণ্ডই কঁপাই গৈছে সমগ্ৰ দেশ তথা ৰাজ্য। ইতিমধ্যে চিবিআইয়ে, কলকাতাত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ সৈতে হোৱা...

Read more

নেপালত ৪০ গৰাকী ভাৰতীয় যাত্ৰী কঢ়িয়াই নিয়া বাছ বাগৰিল নদীত; ১৪ জনে হেৰুৱালে প্ৰাণ

নেপালত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ৪০ গৰাকী ভাৰতীয় যাত্ৰী কঢ়িয়াই লৈ যোৱা এখন বাছ দুৰ্ঘটনাত পতিত হয়। বাছখনত থকা...

Read more

পাছপোৰ্ট বাতিল, ভাৰতৰ পৰা আন কোনো দেশলৈ যাব নোৱাৰিব শ্বেখ হাছিনা

সমস্যাৰ অন্ত পৰা নাই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। বাংলাদেশত অভ্যুত্থানৰ পিছৰে পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আশ্ৰয় লয় ভাৰতত।...

Read more

জীৱনৰ আটাইতকৈ কঠিন সমস্যা সমাধানৰ বাবে মানি চলক ভাগৱত গীতাৰ ৫ টা শক্তিশালী শ্লোক

সনাতন ধৰ্মত গীতাক এখন পৱিত্ৰ ধৰ্মগ্ৰন্থ হিচাপে গণ্য কৰা হয়। হিন্দুধৰ্মত এই শ্ৰীমদ্ভাগৱত ভাগৱত গীতাৰ অত্যন্ত মহত্ব আছে। ভাগৱত গীতা...

Read more

বিশ্বৰ শীৰ্ষ ৫টা মহাকাশ সংস্থাৰ নাম জানেনে? ইয়াৰে কোনটো স্থানত আছে ভাৰতৰ ইছৰো…. 

বিশ্বৰ আগশাৰীৰ মহাকাশ সংস্থাসমূহে বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰত নতুন সম্ভেদ বিচাৰি আৰম্ভ কৰিছে ন-ন পদক্ষেপ। প্ৰচেষ্টা অব্যাহত ৰাখিছে নতুন কিবা এটা...

Read more
Page 65 of 88 1 64 65 66 88

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist