Tuesday, January 27, 2026
20 °c
Guwahati
20 ° Wed
21 ° Thu
Language -
অসমীয়া
  • English

উত্তৰ পূৱ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলগীয়া ন্যায়াধীশ সৌমিত্ৰ শইকীয়া কোন?

হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত চি আই ডিয়ে গঠন কৰি দিয়া এছ আই টিয়ে ক্ষীপ্ৰতাৰে চলাই আছে তদন্ত। ঘটনা...

Read moreDetails

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মেষ-আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন...

Read moreDetails

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ তদাৰকৰ বাবে ন্যায়িক আয়োগ গঠনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত চলি থকা তদন্তক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই...

Read moreDetails

লকআপত মানসিক অশান্তিত ভুগিছে শ্যামকানু-সিদ্ধাৰ্থ, সাক্ষাৎ কৰিব নোৱাৰিব পৰিয়ালৰ লোকে

লকআপৰ ভিতৰত মানসিক অশান্তিত ভুগিছে বেপাৰী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। লকআপৰ ভিতৰত খাবলৈ, শুবলৈ পৰা নাই শ্যামকানু আৰু সিদ্ধাৰ্থই।...

Read moreDetails

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

মেষ ৰাশি : কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ কৰ্মজীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব...

Read moreDetails

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু; শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আহিছে এটা ডাঙৰ খবৰ। জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী হিচাপে পৰিচিত শেখৰ জ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃতপ্ৰভা...

Read moreDetails

গ্ৰেপ্তাৰ হ’ব পাৰে শেখৰজ্যোতি-সন্দীপন গাৰ্গ! ২য় বাৰৰ বাবে SITৰ জেৰাৰ সন্মুখীন আৰক্ষী বিষয়া সন্দীপন গাৰ্গ

চতুৰ্থ বাৰৰ বাবে CID কাৰ্যালয়ত উপস্থিত হৈছে শেখৰজ্যোতি গোস্বামী। ১ঘণ্টাৰ ভিতৰত CIDৰ কাৰ্যালয়ত শেখৰজ্যোতিক হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। আকৌ...

Read moreDetails

বিজয়া দশমীৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

মেষ ৰাশি : নিজৰ ওপৰত আশ্বাস-ভাৰসা ৰাখক, লক্ষ্যত সফল হ’ব। সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব। আপুনি নিজৰ অর্জনৰ...

Read moreDetails

দেৱালীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীলৈ উপহাৰ; ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধিত অনুমোদন

দীপাৱলীৰ আগে আগে মৰগীয়া বানচ (ডি এ) বৃদ্ধিৰ বাবে অপেক্ষা কৰি থকা চৰকাৰী কৰ্মচাৰীক উপহাৰ দিলে মোদী চৰকাৰে। কেন্দ্ৰীয় কৰ্মচাৰীৰ...

Read moreDetails

লকআপৰ ভিতৰত শ্যামকানু-সিদ্ধাৰ্থ, চাওক Exclusive ফ’টো….

হেণ্ডকাফ লগাই অনা হ’ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। CID কাৰ্যালয়ত হেণ্ডকাফ লগাই অনা হৈছে সিদ্ধাৰ্থ শৰ্মাক আৰু বেপাৰী শ্যামকানুক।...

Read moreDetails
Page 26 of 147 1 25 26 27 147

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist