Wednesday, January 28, 2026
20 °c
Guwahati
21 ° Thu
21 ° Fri
Language -
অসমীয়া
  • English

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মেষ-আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন...

Read moreDetails

বিহাৰ নিৰ্বাচনৰ ডাঙৰ আপডেট, আছাদুদ্দিন ওৱাইছিৰ দলৰ অগ্ৰগতি

বিহাৰ বিধানসভা নিৰ্বাচনৰ ২৪৩খন আসনৰ বাবে ভোট গণনা চলি আছে। বিহাৰত এন ডি এ বনাম গ্ৰেণ্ড এলায়েন্সৰ ভৱিষ্যত নিৰ্ণয় হ’ব।...

Read moreDetails

বিহাৰত কোনে মাৰিব শেষ হাঁহি? কাৰ দখলত বিহাৰৰ গাদী?

অব্যাহত আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া। এই ভোটগণনাৰ শেহতীয়া স্থিতি প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। অপ্ৰতিৰোধ্যভাৱে অগ্ৰগতি হৈছে এনডিএ চৰকাৰৰ।...

Read moreDetails

কাৰ হাতলৈ বিহাৰৰ বাঘজৰী? বিহাৰ নিৰ্বাচনৰ ফলাফলৰ সকলো আপডেট…

আজি ঘোষণা হ'ব বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোট গণনা প্ৰক্ৰিয়া। গতিকে বিহাৰৰ ৰাজপাট  কাৰ হাতলৈ...

Read moreDetails

কোনে দখল কৰিব বিহাৰৰ ৰাজপাট? কংগ্ৰেছ নে বিজেপি?

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই আজি ঘোষণা হ'ব বিহাৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। বিহাৰৰ ৩৮ খন জিলাৰ ৪৬টা ভোটগণনা কেন্দ্ৰত হ'ব...

Read moreDetails

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

মেষ ৰাশি : অধিক খেল-ধেমালিৰ বাবে ঘৰুৱা সম্পর্কত প্ৰভাৱ পৰিব পাৰে। খং-ৰাগৰ পৰা সতৰ্ক হোৱা ভাল। তৰ্ক-বিতৰ্ক সাৱধান সুস্থিৰে কৰিব।...

Read moreDetails

তিতাবৰ কাণ্ডৰ নতুন মোৰ! কিয় ভণ্ড বেজ জগত সিঙে এইগৰাকী মহিলাৰ পৰা লৈছিল ১২,০০০ টকা?

তিতাবৰত সংঘটিত এক ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এটা চেপ্টিক টেংকৰ পৰা উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ। এগৰাকী কলেজীয়া ছাত্ৰীৰ...

Read moreDetails

শ্বেখ হাছিনাক মৃত্যুদণ্ড দিয়া হ’ব নে ক্ষমা কৰা হ’ব? ভাৰতৰ ওপৰত কিয় ক্ষুব্ধ বাংলাদেশ?

বাংলাদেশৰ আদালতে দিব চূড়ান্ত ৰায়। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মৃত্যুদণ্ড দিয়া হ'ব নে ক্ষমা দান দিয়া হ'ব সেই সন্দৰ্ভত...

Read moreDetails

বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধ! দিল্লীৰ ৬টাকৈ স্থানত বিস্ফোৰণৰ ষড়যন্ত্ৰ নেকি সন্ত্রাসবাদীৰ?

দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা ভয়ংকৰ বোমা বিস্ফোৰণক চৰকাৰে সন্ত্ৰাসবাদী কাণ্ড বুলি অভিহিত কৰিছে। তদন্তত প্ৰকাশ পাইছে যে বিস্ফোৰক ভৰ্তি গাড়ীখন...

Read moreDetails

দিল্লীৰ বোমা বিস্ফোৰণৰ BIG UPDATE! DNA ৰিপৰ্টত প্ৰকাশ গোপন তথ্য

বিগত ১০ নৱেম্বৰত দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ সমীপত সংঘটিত হোৱা বৃহৎ বোমা বিস্ফোৰণৰ আঁৰৰ ৰহস্য অৱশেষত ডি এন এ পৰীক্ষাৰ অন্তত...

Read moreDetails
Page 35 of 476 1 34 35 36 476

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist