• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

K-Drama ই কাল হ’ল নেকি উত্তৰ কোৰিয়াৰ ৩০ শিশুৰ?

Nation NE by Nation NE
July 16, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
K-Drama ই কাল হ’ল নেকি উত্তৰ কোৰিয়াৰ ৩০ শিশুৰ?
Share on FacebookShare on TwitterWhatsApp

K-Drama হৈছে দক্ষিণ কোৰিয়াৰ এক জনপ্ৰিয় দূৰদৰ্শন অনুষ্ঠান। এই অনুষ্ঠান ১৯৬০ দশকৰ আৰম্ভণিতে প্ৰযোজনা কৰা হৈছিল। এই অনুষ্ঠানটোৱে কেৱল দক্ষিণ কোৰিয়াতেই নহয় বিশ্বজুৰি লাখ-লাখ দৰ্শকৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

খবৰ অনুসৰি, উত্তৰ কোৰিয়াৰ প্ৰশাসনে K-Drama উপভোগ কৰাৰ বাবে ৩০গৰাকীকৈ শিশুক মৃত্যুদণ্ড প্ৰদান কৰিছে।

১৯৫৩ চনৰ তিনি বছৰীয়া যুদ্ধৰ অন্তত শান্তি প্ৰতিষ্ঠা হোৱাৰ পাছতো বৰ্তমানেও উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত আনুষ্ঠানিকভাৱে যুদ্ধৰ অন্ত পৰা নাই। এই বছৰৰ আৰম্ভণিতে, উত্তৰ কোৰিয়াৰ শাসক কিম জন উনে দক্ষিণ কোৰিয়াক শাসনৰ প্ৰধান শত্ৰু হিচাপে গণ্য কৰিছে।

দক্ষিণ কোৰিয়া হৈছে আধুনিক গণতন্ত্ৰ, যিয়ে সমগ্ৰ বিশ্বক বৈদ্যুতিক উদ্যোগৰ লগত পৰিচয় কৰাই দিছে, ইফালে উত্তৰ কোৰিয়া হৈছে সৰ্বাধিনায়ক সাম্যবাদী একনায়কত্ববাদী স্বৈৰশাসন ব্যৱস্থা য’ত সাধাৰণ জনতাৰ জীৱন ধাৰণৰ মানদণ্ড অত্যন্ত নিম্নস্তৰৰ।

এনেধৰণৰ শত্ৰুতাৰ মাজত, উত্তৰ কোৰিয়াত দক্ষিণ কোৰিয়াৰ মনোৰঞ্জৰ সমল উপভোগ কৰাটো অবৈধ। যদিও উত্তৰ কোৰিয়াত K-Drama সম্প্ৰচাৰ কৰাটো অবৈধ, তথাপিও সেইবোৰ চোৰাংভাৱে লৈ তাৰ সাধাৰণ জনতাই বিশেষকৈ শিশু তথা কিশোৰসকলে সেইবোৰ উপভোগ কৰে।

দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যম চুজন টিভি আৰু কোৰিয়া জুনআং টিভিৰ প্ৰতিবেদন অনুসৰি, উত্তৰ কোৰিয়াই K-Drama উপভোগ কৰাৰ বাবে ৩০গৰাকীকৈ শিশুক মৃত্যুদণ্ড প্ৰদান কৰে। অৱশ্যে এই দাবীক স্বতন্ত্ৰভাৱে প্ৰমাণিত কৰিব নোৱাৰি।

যদিও দক্ষিণ কোৰিয়াৰ বিষয়াসকলে এই দাবী সন্দৰ্ভত কোনো পোনপটীয়া মন্তব্য কৰা নাই, তথাপি কোৰিয়া জুনআং টিভিয়ে দক্ষিণ কোৰিয়া মন্ত্ৰালয়ৰ এগৰাকী বিষয়াৰ উদ্ধৃতি দি কয় যে, উত্তৰ কোৰিয়া কৰ্তৃপক্ষই এক কঠোৰ আইন প্ৰণয়ণ কৰি দেশৰ সাধাৰণ জনতাক শাসন কৰাৰ চেষ্টা চলাই আহিছে।

ইয়াৰ উপৰি জনপ্ৰিয় সংবাদ মাধ্যম বিবিচিৰ প্ৰতিবেদন অনুসৰি, পূৰ্বতেও K-Pop উপভোগ কৰাৰ বাবে উত্তৰ কোৰিয়াৰ প্ৰশাসনে ১২ গৰাকীকৈ কিশোৰক সশ্ৰম কাৰাদণ্ড বিহিছিল।

Tags: K-DramaK-PopNorth KoreaSouth Korea

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025