• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 3, 2026
21 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

শ্বপিং মলত ভয়ংকৰ অগ্নিকাণ্ড; ১৬ জনে সাৱটিলে মৃত্যুক

Nation NE by Nation NE
July 18, 2024
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
শ্বপিং মলত ভয়ংকৰ অগ্নিকাণ্ড; ১৬ জনে সাৱটিলে মৃত্যুক

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শ্বপিং মলত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত অতি কমেও ১৬ জন লোক নিহত হৈছে। দক্ষিণ-পশ্চিম চীনৰ জিগং চহৰৰ এখন শ্বপিং মলত এই অগ্নিকাণ্ড সংঘটিত হৈছে।

আনহাতে, অগ্নিকাণ্ডত বহু সংখ্যক লোক আঘাতপ্ৰাপ্ত হৈছে। অগ্নি নিৰ্বাপক আৰু উদ্ধাৰকাৰী দলে বুধবাৰে সন্ধিয়া ৬ বজাত ১৪ মহলীয়া মলটোত সংঘটিত অগ্নিকাণ্ডৰ খবৰ লাভ কৰিছিল। লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৭৫ জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছিল।

অৱশ্যে, বৰ্তমানলৈ অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ সঠিককৈ জানিব পৰা হোৱা নাই।

ইফালে, অগ্নিকাণ্ড সংঘটিত হোৱা মলটোত এখন ডিপাৰ্টমেন্টেল ষ্টোৰ, কাৰ্যালয়, ৰেষ্টুৰেন্ট আৰু ছবিগৃহ আছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত দেখা পোৱা গৈছে যে, ভৱনটোৰ তলৰ অংশৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছে। তাৰ কিছু সময় পিছতে জুইয়ে গোটেই অট্টালিকাটো আগুৰি ধৰিছে।

স্থানীয় সংবাদ মাধ্যমৰ মতে, জুই ইমানেই ভয়ংকৰ আছিল যে অগ্নি নিৰ্বাপক বাহিনীৰ দ্বাৰা ইয়াক নিৰ্বাপিত কৰাটো সম্ভৱ নাছিল। পিছত জুই নিৰ্বাপনৰ বাবে ড্ৰোনৰ সহায় লোৱা হৈছিল।

উল্লেখ্য যে, নেচনেল ফায়াৰ এণ্ড ৰেচকিউ এডমিনিষ্ট্ৰেচনৰ মুখপাত্ৰ লি ৱানফেঙে কয়, চীনত এই বছৰৰ আৰম্ভণিৰ পৰা ২০ মে’লৈ প্ৰথম কেইমাহমানত অগ্নিকাণ্ডৰ ঘটনাত ৯৪৭ জন লোকৰ মৃত্যু হৈছিল। যি বিগত বছৰৰ তুলনাত ১৯ শতাংশ বৃদ্ধি।

Tags: ChinaFireShopping Mall

Related Posts

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?
Top News

February 2, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

February 2, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 2, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025