• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 1, 2026
26 °c
Guwahati
27 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ডাঙৰ ঘোষণা, পাম বিচ বিমানবন্দৰৰ নাম হ’ব ‘ট্ৰাম্প আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’

Nation NE by Nation NE
March 31, 2026
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ডাঙৰ ঘোষণা, পাম বিচ বিমানবন্দৰৰ নাম হ’ব ‘ট্ৰাম্প আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ফ্ল’ৰিডাৰ পাম বিচ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি কৰা হৈছে ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্প আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। এই তথ্য প্ৰকাশ কৰিছে ড’নাল্ড ট্ৰাম্পৰ পুত্ৰ এৰিক ট্ৰাম্পে। এইক্ষেত্ৰত অধিবক্তা তথা পূৰ্বৰ নৌ সেনাৰ অধীক্ষক ৰন ডিছান্টিছে এই সিদ্ধান্তত অনুমোদন জনায়।

১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নাম। এৰিক ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত বিষয়টো সন্দৰ্ভত নিজৰ সুখ প্ৰকাশ কৰি এই প্ৰচেষ্টাত সৰু অৱদান আগবঢ়োৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। ইয়াৰ বাবে কেইবাজনো নেতা আৰু বিষয়াকো ধন্যবাদ জ্ঞাপন কৰে।

যদিও ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে স্পষ্ট কৰি দিছে যে, বিমানবন্দৰৰ নাম সলনি কৰাটো স্থানীয় সিদ্ধান্ত আৰু ইয়াৰ বাবে তেওঁলোকৰ প্ৰত্যক্ষ অনুমোদনৰ প্ৰয়োজন নাই, তথাপিও নাম সলনি হোৱাৰ পিছত তেওঁলোকে নিজৰ ৰেকৰ্ড আৰু চিষ্টেম আপডেট কৰিব লাগিব। ইতিমধ্যে ট্ৰাম্প প্ৰশাসনে এই নামৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন দাখিল কৰিছিল। এই এপ্লিকেচনত ভ্ৰমণ সম্পৰ্কীয় বিভিন্ন সামগ্ৰী, যেনে বেগ, কাপোৰ, আৰু অন্যান্য আনুষংগিক সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছিল। কোম্পানীটোৱে লগতে কয় যে, এই নাম সলনিৰ ফলত ড’নাল্ড ট্ৰাম্প বা তেওঁৰ পৰিয়াল আৰ্থিকভাৱে লাভৱান নহ’ব আৰু ইয়াৰ পৰা তেওঁলোকে কোনো ধৰণৰ ধন লাভ নকৰে। এই সিদ্ধান্তক আমেৰিকাত এক বৃহৎ ৰাজনৈতিক আৰু প্ৰতীকী পদক্ষেপ বুলি গণ্য কৰা হৈছে, যাৰ ফলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

লগতে এইবাৰ ড’নাল্ড ট্ৰাম্পৰ স্বাক্ষৰ হ’ব আমেৰিকান ডলাৰত। এইবাৰ প্ৰথমবাৰৰ বাবে বহি থকা ৰাষ্ট্ৰপতিয়ে পোনপটীয়াকৈ আমেৰিকাৰ মুদ্ৰাত স্বাক্ষৰ কৰিব। আমেৰিকাৰ কোষাগাৰ বিভাগৰ তথ্য অনুসৰি দেশৰ স্বাধীনতাৰ ২৫০ বছৰীয়া জয়ন্তী উপলক্ষে এই নতুন নোটসমূহ জাৰি কৰা হ’ব।

এই পৰিৱৰ্তনক বিশেষ আৰু ঐতিহাসিক বুলি গণ্য কৰা হৈছে। আন এটা ডাঙৰ পৰিৱৰ্তন হ’ল আমেৰিকাৰ কোষাধ্যক্ষৰ স্বাক্ষৰ আৰু আমেৰিকান নোটত নাথাকিব। কোষাধ্যক্ষৰ স্বাক্ষৰ নোটত থকা প্ৰায় ১৬৫ বছৰ হ’ল যদিও এতিয়া ইয়াক আঁতৰাই পেলোৱা হৈছে। কোষাধ্যক্ষৰ কাম আমেৰিকাৰ মুদ্ৰা ব্যৱস্থাৰ সৈতে জড়িত আৰু তেওঁ ব্যুৰো অৱ এনগ্ৰেভিং এণ্ড প্ৰিণ্টিং আৰু আমেৰিকাৰ মিণ্টৰ দৰে প্ৰতিষ্ঠানৰ তদাৰক কৰে।মধ

Tags: #AirportInternationalPALM

Related Posts

আমেৰিকালৈ মোক্ষম আঘাত ইৰাণৰ! মধ্যস্থতাৰ বাবে অমান্তি, ব্যক্ত কৰিলে নিজ পৰিকল্পনা
Top News

April 1, 2026
এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…
Top News

কিডনীৰ যথেষ্ট ক্ষতিসাধন কৰে এইসমূহ খাদ্যসামগ্ৰীয়ে; বিৰত থাকক, অন্যথা পৰিব বিপদত

April 1, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

বেইৰুটৰ সমীপত ইজৰাইলৰ আক্ৰমণত দুজনৰ প্ৰাণহানি, ইৰাণৰ তীখা উদ্যোগত আক্ৰমণ

April 1, 2026
আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত
Top News

আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

April 1, 2026
ভয়ংকৰ দুৰ্ঘটনাত পতিত সেনাৰ বিমান,  ২৯ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

আমেৰিকালৈ মোক্ষম আঘাত ইৰাণৰ! মধ্যস্থতাৰ বাবে অমান্তি, ব্যক্ত কৰিলে নিজ পৰিকল্পনা

কিডনীৰ যথেষ্ট ক্ষতিসাধন কৰে এইসমূহ খাদ্যসামগ্ৰীয়ে; বিৰত থাকক, অন্যথা পৰিব বিপদত

বেইৰুটৰ সমীপত ইজৰাইলৰ আক্ৰমণত দুজনৰ প্ৰাণহানি, ইৰাণৰ তীখা উদ্যোগত আক্ৰমণ

আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

ভয়ংকৰ দুৰ্ঘটনাত পতিত সেনাৰ বিমান, ২৯ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025