• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

জয়ৰ আনন্দত আয়োজিত পাৰ্টীত বিতৰণ বিয়েৰ-হুইস্কী; বিজেপি সাংসদৰ কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া

Nation NE by Nation NE
July 8, 2024
in ৰাষ্ট্ৰীয়, Top News
0 0
জয়ৰ আনন্দত আয়োজিত পাৰ্টীত বিতৰণ বিয়েৰ-হুইস্কী; বিজেপি সাংসদৰ কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া
Share on FacebookShare on TwitterWhatsApp

লোকসভা নিৰ্বাচনত জয় লাভ কৰা এজন বিজেপি সাংসদে আয়োজন কৰা পাৰ্টীৰ এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। জয়ৰ আনন্দত আয়োজন কৰা পাৰ্টীটোত সাংসদগৰাকীৰ সমৰ্থক তথা বিজেপি নেতা-কৰ্মীৰ মাজত মুকলিকৈ বিতৰণ কৰা হৈছে সুৰা।

এখন ট্ৰাকত লৈ অহা সুৰাসমূহ সংগ্ৰহ কৰিবলৈ সমৰ্থকৰ দীঘলীয়া শাৰি দেখিবলৈ পোৱা গৈছে। আৰক্ষীৰ সন্মুখতে এইদৰে মুকলিকৈ সুৰা বিতৰণ কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, সদ্য ঘোষিত লোকসভা নিৰ্বাচনত কৰ্ণাটকৰ চিক্কাবল্লাপুৰ সমষ্টিৰ পৰা জয়ী হোৱা বিজেপি সাংসদ কে সুধাকৰে এই পাৰ্টীৰ আয়োজন কৰিছিল।

সাংসদ সুধাকৰে আৰক্ষী বিভাগক পত্ৰৰ জৰিয়তে পাৰ্টীৰ সময়ত নিৰাপত্তা নিয়োগ কৰাৰ অনুৰোধ জনোৱাৰ লগতে পাৰ্টীত সুৰা পৰিবেশন কৰা হ’ব বুলি স্পষ্টকৈ উল্লেখ কৰিছিল।

আৰক্ষী বিভাগলৈ বিজেপি নেতাগৰাকীৰ আনুষ্ঠানিক পত্ৰত উল্লেখ কৰা হৈছে, “দুপৰীয়া ১২.৩০ বজাৰ পৰা ষ্টেজ অনুষ্ঠান আৰম্ভ হ’ব, খাদ্য আৰু মদৰ ব্যৱস্থা কৰা হ’ব।”

অৱশ্যে বেংগালুৰুৰ গ্ৰাম্য আৰক্ষী অধীক্ষক চি কে বাবাই কয় যে, আয়োজকসকলক সুৰা বিতৰণ নকৰিবলৈ কোৱা হৈছিল লগতে যদিহে এই নিয়ম উলংঘা কৰে তেন্তে আয়োজকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Tags: AlcoholBJPKarnatakaMPParty

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025