• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, January 27, 2026
20 °c
Guwahati
20 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

CMD-এ বিক্ৰী কৰিলে কোম্পানী, কোটিপতি হ’ল কৰ্মচাৰী

Nation NE by Nation NE
August 27, 2024
in ৰাষ্ট্ৰীয়
0 0
CMD-এ বিক্ৰী কৰিলে কোম্পানী, কোটিপতি হ’ল কৰ্মচাৰী

প্ৰধিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ব্যক্তিগত খণ্ডৰ চাকৰিক কেন্দ্ৰ কৰি ভাৰতৰ বহুলোকে জীৱন নিৰ্বাহ কৰি আছে। ব্যক্তিগত খণ্ডৰ চাকৰি বুলি কলেই কৰ্মচাৰীৰ ভয়-শংকা বৃদ্ধি পায়। কিয়নো কোন মুহূৰ্তত চাটাই হ’ব লগা হয় বা কোন মুহূৰ্ততে বিপদ আহিব পাৰে তাৰ কোনো নিশ্চয়তা নাই।

শেহতীয়াকৈ তেনেকুৱা এক অনুভৱ হৈছিল এটা কোম্পানীৰ কৰ্মচাৰীৰ মাজত। কিয়নো স্বত্বাধিকাৰীয়ে কোম্পানীটো বিক্ৰী কৰিব ওলাইছিল। সেই মুহূৰ্ততে কোম্পানীটোৰ কৰ্মচাৰীসকলৰ মাজত চিন্তা বৃদ্ধি পাইছিল। নতুন মালিকে কেনেকুৱা ধৰণৰ নিয়ম বনাই বা কৰ্মচাৰীসকলৰ চাটাই কৰিব নেকি এনেকুৱা হাজাৰটা প্ৰশ্ন মনলৈ আহিছিল সকলোৰে মনত।

অৱশ্যে, কৰ্মচাৰীসকলে ভবাই নাছিল স্বত্বাধিকাৰীয়ে বিক্ৰী কৰিব ওলোৱা কোম্পানীটোয়ে তেওঁলোকৰ জীৱনলৈ আৰ্শীবাদ হৈ আহিব।

শেহতীয়াকৈ ক্লাউড-চিকিউৰিটি কোম্পানী জেস্কেলাৰৰ মুখ্য কাৰ্যবাহী বিষয়া জয় চৌধুৰীয়ে বিক্ৰী কৰা কোম্পানীৰ বাবে লাভৱান হৈছিল কৰ্মচাৰীসকল। যেতিয়া তেওঁ ষ্টাৰ্টআপ বিক্ৰী কৰিছিল তেতিয়া ৭০ জন কৰ্মচাৰী কোটিপতি হৈ পৰিছিল।

উল্লেখ্য যে, ৯০ ৰ দশকত ৬৫ বছৰীয়া জয় চৌধুৰীয়ে চিকিউৰিটি নামৰ এটা কোম্পানী আৰম্ভ কৰিছিল।  জয় চৌধুৰীয়ে চিএনবিচিক কৈছিল যে, কোম্পানীৰ বিনিয়োগকাৰীসকলে তেওঁক তেওঁৰ কোম্পানীৰ ভিতৰত কৰ্মচাৰীসকলক ইকুইটি (শ্বেয়াৰ) দিয়াৰ অনুমতি দিছিল। ইয়াৰ বাবে তেওঁ তেওঁৰ বহুতো কৰ্মচাৰীক ইকুইটি দিছিল।

যেতিয়া তেওঁ ১৯৯৮ চনত তেওঁৰ কোম্পানী ভেৰিচাইনক বিক্ৰী কৰিছিল কেৱল জয় চৌধুৰীয়েই নহয় তেওঁৰ কৰ্মচাৰীসকলৰ বিত্তীয় লাভালাভ হৈছিল। কোম্পানী বিক্ৰী কৰাৰ বাবে প্ৰায় ৭০ জন কৰ্মচাৰী কোটিপতি হৈছিল।

উল্লেখ্য যে, জয় চৌধুৰীৰ জন্ম ১৯৫৯ চনত হিমাচল প্ৰদেশৰ উনাৰ পানোহ গাঁৱত হৈছিল। তেখেতৰ পিতৃ এজন কৃষক আছিল। জয় চৌধুৰীৰ সম্পূৰ্ণ নাম জগতাৰ সিং চৌধুৰী। জগতাৰে বিদ্যালয়লৈ যাবলৈ প্ৰতিদিনে ৮ কিলোমিটাৰ খোজ কাঢ়িছিল। তেওঁ বিএইচইউৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত ১৯৮২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিনচিনাটি বিশ্ববিদ্যালয়ৰ পৰা এমবিএ ডিগ্ৰী লাভ কৰে।

Tags: CMDCompanyCrorepatiPrivate Workers

Related Posts

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ
Top News

January 25, 2026
২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

বিবাহৰ দিনটোত হাতে-লোটে ধৰা পৰিছিল পলাশ মুছল, স্মৃতিৰ বন্ধুৱে উদঙালে গোপন তথ্য

January 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 23, 2026
গোৱাত ২ ৰাছিয়ান মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড, এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
Top News

গোৱাত ২ ৰাছিয়ান মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড, এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

January 22, 2026

শীৰ্ষ সংবাদ

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল, জানক সবিশেষ

শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025