• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

জিকা ভাইৰাছে আক্ৰমণ কৰিলে কি কি লক্ষণ দেখা দিব আপোনাৰ শৰীৰত : জানক সবিশেষ

Nation NE by Nation NE
July 4, 2024
in ৰাষ্ট্ৰীয়
0 0
জিকা ভাইৰাছে আক্ৰমণ কৰিলে কি কি লক্ষণ দেখা দিব আপোনাৰ শৰীৰত : জানক সবিশেষ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বৰ্তমান সময়ত মহাৰাষ্ট্ৰ আৰু কেৰেলাৰ দৰে ৰাজ্যত সন্ত্ৰাস চলাই আছে জিকা ভাইৰাছে। জিকা ভাইৰাছৰ বাবেই এতিয়া চিন্তিত হৈ পৰিছে দেশৰ চিকিৎসক সমাজ। কাৰণ এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সমগ্র পৃথিৱীতে উদ্বেগজনক ভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে ভাৰতত জিকা ভাইৰাছৰ উপস্থিতিৰ তথ্য প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল ২০১৬-১৭ চনত গুজৰাটত। এই ভাইৰাছটো মূলতঃ মহৰ দ্বাৰা সংক্ৰমিত হয় যদিও যৌন সম্পৰ্কৰ দ্বাৰাও ই সংক্ৰমিত হোৱাৰ প্ৰমাণ পোৱা গৈছে।

এই ভাইৰাছ সংক্ৰমণৰ ফলত শিশুৰ ক্ষেত্ৰত মস্তিষ্কৰ বিকাশ নহয়। বহু সময়ত কম বিকশিত মগজু থকা শিশুৰ জন্ম হয়।

জিকা ভাইৰাছৰ সংক্ৰমণৰ লক্ষণবোৰ কি?

জিকা ভাইৰাছ সংক্ৰমিত হ’লে পাতল জ্বৰ, চকুৰ সংক্ৰমণ (চকুৰ ৰঙা হোৱা আৰু ফুলা), মূৰৰ বিষ, বাত বিষ, শৰীৰত চোকোৰা উঠা আদি লক্ষণ দেখা দিব পাৰে। ইয়াৰ সংক্ৰমণৰ ফলত এক নিৰ্দিষ্ট প্ৰকাৰৰ স্নায়ুতন্ত্ৰ সম্পৰ্কীয় সমস্যা হ’ব পাৰে যাক সাধাৰণতে গিলান বেৰে চিণ্ড্ৰোম বুলিও কোৱা হয়। এইবোৰৰ ফলত অস্থায়ী পক্ষাঘাত হ’ব পাৰে। কিন্তু আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল যে ই গৰ্ভত থকা কেঁচুৱাবোৰক প্ৰভাৱিত কৰে। এনে পৰিস্থিতিত কম বিকশিত মগজু থকা শিশুৰ জন্ম হয়।

মাইক্ৰ’চেফালি কি?

যেতিয়া কোনো এটা কেঁচুৱা কম বিকশিত আৰু অস্বাভাৱিক মগজুৰ সৈতে জন্ম হয় তেতিয়া তাক মাইক্ৰ’চেফালি বুলি কোৱা হয়। এই পৰিস্থিতিত মগজু সঠিকভাৱে বিকশিত নহয়। সময় সাপেক্ষে ইয়াৰ তীব্ৰতা কম বা অধিক হ’ব পাৰে। কিন্তু যদি আমাৰ মগজু জীৱন প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্তভাৱে বিকশিত নহয় তেন্তে ইয়াৰ ফলাফল যথেষ্ট মাৰাত্মক হ’ব পাৰে। আনকি এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা শিশুৰ মগজুয়ে প্ৰায়ে সঠিকভাৱে কাম কৰাত পলম কৰে।

বিশেষজ্ঞসকলে এইটোও বিশ্বাস কৰে যে জিকা ভাইৰাছ গৰ্ভধাৰণৰ বহুতো জটিল সমস্যাৰ সৈতেও সম্পৰ্কিত হ’ব পাৰে যাৰ ভিতৰত আছে গৰ্ভপাত, মৃত সন্তান জন্ম আৰু অকাল প্ৰসৱ আদিৰ দৰে সমস্যা।

জিকা ভাইৰাছ ক’ৰ পৰা আহিছিল?

জিকা ভাইৰাছ প্ৰথমে ১৯৪৭ চনত উগাণ্ডাত ধৰা পৰিছিল। সেই সময়ত বান্দৰৰ দেহত এই ভাইৰাছ পোৱা গৈছিল। মানুহৰ ক্ষেত্ৰত এই ভাইৰাছৰ সংক্ৰমণৰ প্ৰথম ঘটনাটো ১৯৫৪ চনত পোহৰলৈ আহিছিল নাইজেৰিয়াত। ইয়াৰ পিছত আফ্ৰিকা, দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপ অঞ্চলত ইয়াৰ সংক্ৰমণ আৰম্ভ হয়।

ই কেনেকৈ বিয়পে?

এই ভাইৰাছ এডিছ মহৰ দ্বাৰা বিয়পে। এইটো সেই একেটা মহ যিয়ে ডেংগু আৰু চিকুনগুনিয়া বিয়পায়। কানাডা আৰু চিলিৰ বাহিৰে এই মহ আমেৰিকা যুক্তৰাষ্ট্ৰত পোৱা যায় আৰু শীতল পৰিৱেশ এই মহৰ বাবে অনুকূল। ইয়াৰ উপৰি এই মহবোৰ এছিয়াতো পোৱা যায়।

মানুহ কিমান দিনলৈ সংক্ৰমিত হৈ থাকে?

এতিয়ালৈকে পোৱা প্ৰমাণ অনুসৰি এই মহৰ সংক্ৰমণ এসপ্তাহ ধৰি চলিব পাৰে। কিন্তু ই বীৰ্যত দুসপ্তাহ ধৰি থাকিব পাৰে। এই সংক্ৰমণৰ দ্বাৰা প্ৰভাৱিত বহুতো দেশে আগতে সংক্ৰমিত লোকসকলক অসুৰক্ষিত যৌন সম্ভোগ নকৰিবলৈ আৰু এমাহৰ বাবে ৰক্তদান নকৰিবলৈ পৰামৰ্শ দিছিল।

জিকা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়-

বৰ্তমানলৈ এই ভাইৰাছ নিৰাময়ৰ কোনো ব্যৱস্থা উপলব্ধ হোৱা নাই। গতিকে একমাত্ৰ বিকল্প হ’ল মহ পৰিহাৰ কৰা। স্বাস্থ্য বিষয়াসকলে দিয়া পৰামৰ্শ মতে-বেজীৰ উপাদানসমূহ ব্যৱহাৰ কৰক, দীঘল হাতৰ কাপোৰ পিন্ধক, দুৱাৰ আৰু খিৰিকী বন্ধ ৰাখক লগতে যিকোনো ঠাইত পানী জমা হ’বলৈ নিদিব কিয়নো পানীতেই মহে কণী পাৰে।

Tags: MaharashtraZika Virus

Related Posts

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…
Top News

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

December 10, 2025
খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…
Top News

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025