• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ

অতি বৃষ্টিপাতৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা চৰকাৰৰ

ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে এই সিদ্ধান্ত মিজোৰাম চৰকাৰৰ

Nation NE by Nation NE
July 2, 2024
in উত্তৰ পূৱ, মিজোৰাম
0 0
অতি বৃষ্টিপাতৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা চৰকাৰৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

উত্তৰ-পূব ভাৰতৰ প্ৰায় কেইখন ৰাজ্যৰ দৰে অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামতো বিগত কিছুদিনৰ পৰা অব্যাহত আছে ধাৰাসাৰ বৰষুণ। এই প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে মিজোৰামৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে ৰাজ্যখনৰ চৰকাৰে।

প্ৰাপ্ত খবৰ অনুসৰি, প্ৰচণ্ড বৰষুণৰ বাবে হোৱা ভূমিস্খলনৰ ফলত আইজলৰ চানমাৰী আৰু ৰামহলুন এলেকাৰ মাজৰ এটা ব্যস্ত পথ খহি যোৱাৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ইয়াৰ পূৰ্বে বিগত ১ জুলাইত আইজলৰ চৰকাৰী জিৰতিৰি আৱাসিক বিজ্ঞান মহাবিদ্যালয়ে যাতায়াতৰ সমস্যা আৰু ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি পাঠদান স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল।

অৱশ্যে ৫ জুলাইৰ পৰা পাঠদান পুনৰ আৰম্ভ হ’ব বুলি ইতিমধ্যেই মহাবিদ্যালয় প্ৰশাসনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। তদুপৰি শিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়াৰ স্বাৰ্থত নিয়মীয়া শ্ৰেণীবোৰ ৮ জুলাইৰ পৰা আৰম্ভ হ’ব।

আনফালে আইজলৰ চালেম ভেঙৰ স্থানীয় পৰিষদে বতৰৰ বাবে ২০টাকৈ পৰিয়ালক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰিত হ’বলৈ পৰামৰ্শ দিছে।

উল্লেখ্য যে মিজোৰাম চৰকাৰে বহু কেইখন জিলাত সম্ভাৱ্য ধাৰাসাৰ বৰষুণ আৰু সম্পৰ্কিত বিপদাশংকাৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিক সকলক সতৰ্ক কৰাৰ বাবে এখন ৰাজহুৱা জাননী জাৰি কৰিছে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগেও অঞ্চলটোত তীব্ৰ বৰষুণ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনতাক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

Tags: #HeavyRain#Mizoram#SchoolClosed

Related Posts

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ
Top News

January 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026
দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026

শীৰ্ষ সংবাদ

তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025