• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

কৰিমগঞ্জত শোকাবহ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ জন লোক

Nation NE by Nation NE
July 23, 2024
in অসম, Top News, ত্ৰিপুৰা
0 0
কৰিমগঞ্জত শোকাবহ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ জন লোক
Share on FacebookShare on TwitterWhatsApp

কৰিমগঞ্জৰ  অসম-ত্ৰিপুৰা সংযোগী ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত থিতাতে নিহত হয় শিশুসহ ৫ জনকৈ লোকৰ। আনহাতে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক।

কৰিমগঞ্জ জিলাৰ নিলামবজাৰ থানা এলেকাৰ বেৰাজালত সংঘটিত হয় এই দুৰ্ঘটনা। এখন অট’ৰিক্সা আৰু হুণ্ডাই ভ্যেনু বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই কৰুণ ঘটনা।

দুৰ্ঘটনাগ্ৰস্ত অট’ৰিক্সাখনৰ নম্বৰ হৈছে এএছ-১০বিচি-২০৬১ আৰু ভ্যেনু গাড়ীখনৰ নম্বৰ হৈছে এছ-১১এছ-৮৩২৩।

এই দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে দুয়োখন বাহনত থকা মুঠ ৫ জন লোকৰ প্ৰাণ  যোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন কেইবাজনো লোক। তেওঁলোকক সংকটজনক অৱস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনাস্থলীত নিলামবজাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে, দুৰ্ঘটনা সংঘটিত কৰি দুয়োখন বাহন বাগৰি পৰে পথৰ দাঁতিত থকা পথাৰত। এই ঘটনাৰ পাছতেই উত্তেজিত ৰাইজে কিছু সময়ৰ বাবে অসম-ত্ৰিপুৰা সংযোগী ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। পৰৱৰ্তীসময়ত জিলা আয়ুক্ত মৃদুল যাদৱৰ উপস্থিতিত পথ মুকলি কৰি দিয়ে উত্তেজিত লোকে।

Tags: #AssamKarimganjNational HighwayTripura

Related Posts

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত
Top News

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025