• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ

আজি মণিপুৰক লৈ কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?

মণিপুৰৰ বাবে কি কি কৰিছে চৰকাৰে?

Nation NE by Nation NE
July 3, 2024
in উত্তৰ পূৱ, Top News, মণিপুৰ
0 0
আজি মণিপুৰক লৈ কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?
Share on FacebookShare on TwitterWhatsApp

আজি সদনত মণিপুৰ সম্পৰ্কে মন্তব্য কৰিবলৈ গৈ প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে যে যদি বিগত পাঁচ বছৰত বিজেপি চৰকাৰে উত্তৰ-পূবৰ বাবে যিমান কাম কৰিছে সিমান কাম কোনো পুৰণি চৰকাৰে কৰিবলৈ সক্ষম হোৱা নাই।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উত্তৰ-পূবত স্থায়ী শান্তিৰ বাবে আলোচনাতকৈ বেছি নিৰন্তৰ প্ৰচেষ্টাৰ দ্বাৰা বাস্তৱ সমাধান উলিওৱাৰ চেষ্টা কৰা হৈছে। ৰাজ্যসমূহৰ মাজত বুজাবুজিৰ মাধ্যমেৰে সীমান্ত বিবাদ শেষ কৰিবলৈ চেষ্টা কৰা হৈছে। মণিপুৰক লৈ আমি সদনত ইতিমধ্যেই দীঘলীয়াকৈ কথা পাতিছো।

আজি মই সেই কথাৰ পুনৰাবৃত্তি কৰিব বিচাৰো যে চৰকাৰে মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ নিৰন্তৰ চেষ্টা কৰি আছে। তাত ১১ হাজাৰতকৈ অধিক এফআইআৰ পঞ্জীয়ন কৰা হৈছে আছে আৰু ৫০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে মণিপুৰত হিংসাত্মক ঘটনা প্ৰায় হ্ৰাস পাবলৈ ধৰিছে অৰ্থাৎ শান্তিৰ আশা কৰা সম্ভৱ। আজি মণিপুৰত বিদ্যালয়সমূহ সদায়ৰ দৰে চলি আছে আৰু কাৰ্যালয়বোৰো খোলা আছে। প্ৰধানমন্ত্ৰী মোদীৰ মতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সকলোৰে সৈতে কথা পাতি শান্তি পুনৰুদ্ধাৰৰ চেষ্টা কৰি আছে। পূৰ্বৰ চৰকাৰবোৰৰ দিনত এনে কাম হোৱা নাছিল।

গৃহমন্ত্ৰী অমিত শ্বাহ আৰু গৃহ ৰাজ্যিক মন্ত্ৰীগৰাকী কেইবাদিনো মণিপুৰত আছিল আৰু চৰকাৰী বিষয়াসকল নিয়মীয়াকৈ তালৈ যায় তথা সমস্যাটো সমাধানৰ বাবে সকলো প্ৰচেষ্টা কৰা হৈছে বুলি দাবী কৰি ভাষণৰ আৰম্ভণিতে মোদীয়ে কয় যে দহ বছৰ দেশক সেৱা কৰাৰ বাবে জনসাধাৰণে তেওঁক তৃতীয়বাৰৰ বাবে শাসন কৰাৰ সুযোগ দিছে। এয়া দেশৰ জনসাধাৰণৰ আশীৰ্বাদ। সংসদীয় পৰম্পৰাত এখন চৰকাৰে বহু দশকৰ পিছত তৃতীয়বাৰৰ বাবে সুযোগ পাইছে। এই নিৰ্বাচনত দেশবাসীয়ে প্ৰদৰ্শনক অগ্ৰাধিকাৰ দিছে তথা বিভ্ৰান্তি আৰু মিছাৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰিছে তথা বিশ্বাসৰ ৰাজনীতিত মোহৰ মাৰিছে।

Tags: #Manipur#ManipurViolence#NarendraModi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025