• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 4, 2025
28 °c
Guwahati
29 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    নৱ গঠিত তিতাবৰ আৰু যোৰহাট সমষ্টিত আৱতৰীয়া দিপাৱালী; কিন্তু কিয়? জানক সবিশেষ

    ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ ১৩ গৰাকী প্ৰাৰ্থী; চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সমিতিয়ে

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home উত্তৰ পূৱ

      আপুনিও খাই ভাল পায় নেকি ভাত কেৰেলা ?

      জানেনে ভাতকেৰেলাৰ কি কি আছে উপকাৰিতা ?

      Nation NE by Nation NE
      July 2, 2024
      in উত্তৰ পূৱ
      0 0
      আপুনিও খাই ভাল পায় নেকি ভাত কেৰেলা ?
      Share on FacebookShare on TwitterWhatsApp

      জানো আঁহক ভাত কেৰেলাৰ উপকাৰী গুণবোৰ।

      বাৰিষা দিনৰ এবিধ জনপ্ৰিয় পাচলি হৈছে ভাতকেৰেলা। ই এনে এবিধ পাচলি যাক পৃথিৱীৰ আটাইতকৈ বেছি ঔষধি গুণ সম্পন্ন পাচলি বুলি কোৱা হয়। শৰীৰত ফাইবাৰৰ অভাৱ পূৰ্ণ কৰিবলৈ ভাতকেৰেলা অতিকৈ উপকাৰী। ভাৰতীয় আয়ুৰ্বেদতো ই অতি শক্তিশালী পাচলি হিচাপে স্থান লাভ কৰিছে।

      ভাতকেৰেলাত থকা ফাইটোকেমিকেলবোৰ আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। ইয়াৰ উপৰি ই হৈছে ভিটামিন, খনিজ পদাৰ্থ, বিটা-কেৰাটিন আৰু এণ্টিঅক্সিডেণ্টৰ ভঁৰাল। ইয়াৰ বাহিৰেও এই পাচলিত থাকে পৰ্যাপ্ত পৰিমাণৰ আঁহ।

      ভাতকেৰেলাত থকা উপাদানসমূহে আমাৰ চকুক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰি নিয়মিতভাৱে এই পাচলি খালে বয়সৰ লগত জড়িত চকুৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰি। ভাতকেৰেলাত থকা লুইটেইনৰ দৰে কেৰোটোনইডবোৰে হৃদৰোগ আৰু কৰ্কট ৰোধ প্ৰতিৰোধ কৰাত সহায় কৰে।

      আকৌ ইয়াত থকা মোমাৰ্ডিচিন উপাদানবোৰে মধূমেহ ৰোগ ৰোধ কৰাত সহায় কৰে লগতে ওজন আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত এনে কিছুমান পদাৰ্থ থাকে যিয়ে শৰীৰত সুখী হৰমনৰ পৰিমান বৃদ্ধি কৰি মানসিক চাপ ৰোধ কৰাত সহায় কৰে।

      ভাতকেৰেলাত থকা এণ্টি-এলাৰ্জেণ্টে এলাৰ্জেটিক চৰ্দি আৰু কাঁহৰ পৰা সকাহ দিয়াত আৰু ইয়াক প্ৰতিৰোধ কৰাত যথেষ্ট সহায় কৰে।

      গতিকে অপেক্ষা নকৰি আপোনাৰো খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক বহুগুণেৰে সমৃদ্ধ এই ভাতকেৰেলা।

      Tags: #Kantola#TeasleGourd

      Related Posts

      ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস
      Top News

      June 4, 2025
      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      Top News

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

      June 4, 2025
      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ
      BIG BREAKING

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      June 4, 2025
      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন
      Top News

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      June 4, 2025
      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ
      Top News

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      June 4, 2025
      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…
      Top News

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      June 4, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰৰ পদপিষ্ট ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া; জানক কি ক’লে…

      ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist