• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

চেম্পিয়নছ ট্ৰফীৰ সিদ্ধান্তৰ পূৰ্বে আইচিচিৰ অধ্যক্ষৰ দ্বায়িত্বগ্ৰহণ

Nation NE by Nation NE
December 1, 2024
in ক্ৰীড়া, Top News
0 0
IPL ২০২৫ৰ মেগা নিলামত আলোড়নৰ সৃষ্টি কৰিব এই ৫ খেলুৱৈয়ে
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেটক বহু উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ পিছত নতুন ইনিংছ আৰম্ভ কৰিছে জয় শ্বাহে। আইচিচিৰ সভাপতি হিচাপে কাৰ্যকাল আৰম্ভ কৰিছে জয় শ্বাহে।

ইয়াৰ লগে লগে তেওঁ হৈ পৰিছে আইচিচিৰ আটাইতকৈ কম বয়সীয়া অধ্যক্ষ। বৰ্তমান তেওঁৰ বয়স মাত্ৰ ৩৫ বছৰ। ইয়াৰ লগে লগে তেওঁ আইচিচিত শাসন কৰা ৫ম ভাৰতীয় হিচাপে পৰিগণিত হৈছে।

চেম্পিয়নছ ট্ৰফীক লৈ চলি থকা বিতৰ্কৰ মাজতে জয় শ্বাহে আইচিচিৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছে, সেয়েহে এতিয়া এই প্ৰতিযোগিতাখনৰ সিদ্ধান্তত জয় শ্বাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ওলাইছে।

২০১৯ চনত জয় শ্বাহক বিচিচিআইৰ সম্পাদকৰ দায়িত্ব দিয়া হৈছিল। জয় শ্বাহে প্ৰায় ৬ বছৰ ধৰি বিচিচিআইত কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ লগতে ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা তেওঁ এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতিও হৈছিল।

এতিয়া জয় শ্বাহে আইচিচিৰ বাবে কাম কৰিব। একেৰাহে ২টা কাৰ্যকালৰ বাবে আইচিচিৰ অধ্যক্ষ হিচাপে থকা গ্ৰেগ বাৰ্কলেৰ ঠাইত তেওঁ স্থান লাভ কৰিছে। জয় শ্বাহৰ কাৰ্যকালত প্ৰথমখন আইচিচি টুৰ্ণামেণ্ট হ’ব চেম্পিয়নছ ট্ৰফী, যাৰ সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই।

আচলতে পাকিস্তানে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে, কিন্তু ভাৰতে হাইব্ৰিড মডেলত নিজৰ মেচসমূহ বিচাৰে, যিটোক লৈ যোৱা কেইবাদিনো ধৰি বিতৰ্ক চলি আছে।

আইচিচিৰ সভাপতিৰ ভূমিকাত জয় শ্বাহে কয় যে, আইচিচিৰ সভাপতিৰ ভূমিকা গ্ৰহণ কৰি তেওঁ যথেষ্ট সন্মানিত হৈছে আৰু আইচিচিৰ সঞ্চালক আৰু সদস্য ব’ৰ্ডৰ সমৰ্থন আৰু আস্থাৰ বাবে কৃতজ্ঞ।

উল্লেখ্য যে, জয় শ্বাহ ২০০৯ চনৰ পৰা ক্ৰিকেট জগতৰ সৈতে জড়িত হৈ আছে। ২০০৯ চনত তেওঁ গুজৰাট ক্ৰিকেট এছ’চিয়েশ্যনৰ সৈতে যাত্ৰা আৰম্ভ কৰে। তেওঁৰ কাৰ্যকালত তেওঁ আহমেদাবাদৰ বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামৰ উন্নয়নৰ তদাৰক কৰিছিল।

ইয়াৰ পিছত ২০১৯ চনত তেওঁ বিচিচিআইত প্ৰৱেশ কৰে। জয় শ্বাহৰ পূৰ্বে মাত্ৰ ৪ জন ভাৰতীয়ই আইচিচিৰ সভাপতি পদত অধিষ্ঠিত আছিল। তেওঁৰ আগত জগমোহন দলমিয়া, শৰদ পাৱাৰ, এন. শ্ৰীনিবাসন আৰু শশাংক মনোহৰে এই দায়িত্ব গ্ৰহণ কৰিছে।

Tags: #cricketICCSports

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025