• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

বুমৰাহ সন্দৰ্ভত ডাঙৰ খবৰ, IPLত অনুৰাগীয়ে উপভোগ কৰিব পাৰিব বুমৰাহৰ দুৰ্দান্ত বলিং

Nation NE by Nation NE
March 21, 2025
in ক্ৰীড়া, Top News
0 0
বুমৰাহ সন্দৰ্ভত ডাঙৰ খবৰ, IPLত অনুৰাগীয়ে উপভোগ কৰিব পাৰিব বুমৰাহৰ দুৰ্দান্ত বলিং
Share on FacebookShare on TwitterWhatsApp

IPL ২০২৫ত টীম ইণ্ডিয়াৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ প্ৰৱেশক লৈ এতিয়াও সন্দেহৰ সৃষ্টি হৈছে।অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তিমখন খেলৰ সময়ত বুমৰাহ আঘাতপ্ৰাপ্ত হৈছিল, তেতিয়াৰ পৰা তেওঁ কোনো মেচত অংশগ্ৰহণ কৰা নাই।

এনে পৰিস্থিতিত বুমৰাহে IPL খেলাৰ পূৰ্বে নেশ্যনেল ক্ৰিকেট একাডেমীৰ পৰা ফিটনেছ চাৰ্টিফিকেট লাভ কৰিব লাগিব, তেতিয়াহে তেওঁ মুম্বাই ইণ্ডিয়ানছ দলত যোগদান কৰিব পাৰিব। অৱশ্যে তেওঁ বৰ্তমানেও লাভ কৰা নাই ফিটনেছ চাৰ্টিফিকেট।

IPL ত খেলিবলৈ ডাঙৰ সিদ্ধান্ত লৈছিল বুমৰাহ আই পি এল ২০২৫ৰ পূর্বে পুনৰবাৰ নেশ্যনেল ক্ৰিকেট একাডেমী (এন চি এ)ত স্থান লাভ কৰিছে বুমৰাহ।আই পি এল ২০২৫ত খেলাৰ অনুমোদন ল’বলৈ বাংগালুৰুলৈ গৈছে।

অৱশ্যে IPL ২০২৫ ৰ উদ্বোধনী মেচত যশপ্ৰিত বুমৰাহে অংশগ্ৰহণ কৰিব নোৱাৰিব।কিন্তু মুম্বাইয়ে আশা কৰিছে যে, বুমৰাহে অতি সোনকালে দলত যোগদান কৰিব।

উল্লেখ্য যে, বুমৰাহ হৈছে মুম্বাই ইণ্ডিয়ানছৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ। আই পি এল ২০২৫ৰ পূর্বে ১৮ কোটি টকাৰ বিনিময়ত তেওঁক ৰখা হৈছিল৷এনে পৰিস্থিতিত মুম্বাইয়ে আশা কৰিছে যে তেওঁ অতি সোনকালে ফিট হৈ মেচত অংশ ল’ব পাৰিব৷

Tags: #cricketIPLSports

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025