Tuesday, January 27, 2026
20 °c
Guwahati
20 ° Wed
21 ° Thu
Language -
অসমীয়া
  • English

Tag: #Assam

‘আপোনাৰ দৰে কোনো নাই…’ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অভিনেত্ৰী কংগনাৰ

‘আপোনাৰ দৰে কোনো নাই…’ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অভিনেত্ৰী কংগনাৰ

যোৱা শুকুৰবাৰে সুৰৰ সম্ৰাট তথা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক দেহাৱসান ঘটে। কণ্ঠশিল্পীগৰাকীৰ আকস্মিক মৃত্যুত সকলো স্তম্ভিত আৰু শোকত ম্ৰিয়মান হৈ ...

আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

ৰাশিফলঃ আজিৰ দিনটোত এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

মেষ- মাইগ্ৰেইনৰ সমস্যাই আপোনাক কষ্ট দিব পাৰে। ঘৰত সুখ-শান্তিৰ পৰিৱেশ। কিছু আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা- ৪ বৃষ- ...

জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা হ’ল SIT; ১০ জনীয়া দলটোৰ নেতৃত্বত কোন?

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ গঠন কৰা হ’ল বিশেষ তদন্তকাৰী দল (এছ আই টি)। ১০ জনীয়া এই দলটোক নেতৃত্ব ...

ক’ত লুকাই আছে সিদ্ধাৰ্থ শৰ্মা? ক’লে জুবিনৰ সৈতে একেলগে গীত গোৱা ছুইটি দাসে

ক’ত লুকাই আছে সিদ্ধাৰ্থ শৰ্মা? ক’লে জুবিনৰ সৈতে একেলগে গীত গোৱা ছুইটি দাসে

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হোৱাৰ লগতে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ ...

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

২৩ ছেপ্তেম্বৰ অৰ্থাত মঙলবাৰে অশ্ৰুশিক্ত নয়নেৰে বিদায় জনালে অসমবাসীৰ আপোন শিল্পী জুবিন গাৰ্গক। সোণাপুৰৰ কমাৰকুছিত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হোৱাৰ ...

আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

মেষ-আজি ভাগ্য আপোনাৰ অনুকূল হ’ব। কৰ্মসংস্থাপন বৃদ্ধি পাব। আয় বাঢ়িব। চাকৰিত প্ৰভাৱ বাঢ়িব। ভাই-ভনীৰ সহযোগিতাই সুখ বৃদ্ধি কৰিব। বিপদজনক কাম-কাজ ...

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ CIDৰ; যোৰহাটৰ পৰা আৰম্ভ অভিযান

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ CIDৰ; যোৰহাটৰ পৰা আৰম্ভ অভিযান

আজি অশ্ৰুশিক্ত নয়নেৰে বিদায় জনালে অসমবাসীৰ আপোন শিল্পী জুবিন গাৰ্গক। সোণাপুৰৰ কমাৰকুছিত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হোৱাৰ পিছতে জুবিন গাৰ্গৰ ...

আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো: জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

মেষ-শিক্ষাৰ্থীৰ মনৰ কিছু অশান্তি হ’ব পাৰে।সাহিত্য-সংস্কৃতিৰ লগত জাতকসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব। প্ৰেমত শুভ। শুভ নম্বৰ- ৯, শুভ ৰং- সুমথিৰা ...

‘জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ’ব’, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

কাইলৈ পুনৰ হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা : ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কাইলৈ পুনৰ হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ঘোষণা। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ ৰহস্যজনক বুলি ...

Page 17 of 91 1 16 17 18 91

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist