Saturday, January 31, 2026
20 °c
Guwahati
21 ° Mon
21 ° Tue
Language -
অসমীয়া
  • English

Tag: Ayodhya

অযোধ্যাত ৰামমন্দিৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান, জানক শুভ সময় আৰু ইয়াৰ তাৎপৰ্য…

অযোধ্যাত ৰামমন্দিৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান, জানক শুভ সময় আৰু ইয়াৰ তাৎপৰ্য…

অহা ২২ জানুৱাৰী বৃহস্পতিবাৰে ৰামমন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব। এই বিশেষ দিনটোত অযোধ্যাৰ ৰাম মন্দিৰত ভগবান শ্ৰীৰামচন্দ্ৰ মূৰ্তিৰ অভিষেকৰ ...

‘বাবৰি মছজিদ’ পুনৰ নিৰ্মাণৰ তীব্ৰ বিৰোধীতা উমা ভাৰতীৰ, ক’লে- ‘অযোধ্যাৰ দৰে একে দশা…’

‘বাবৰি মছজিদ’ পুনৰ নিৰ্মাণৰ তীব্ৰ বিৰোধীতা উমা ভাৰতীৰ, ক’লে- ‘অযোধ্যাৰ দৰে একে দশা…’

তৃণমূল কংগ্ৰেছৰ এগৰাকী বিধায়কে পশ্চিমবংগত "বাবৰি মছজিদ" পুনৰ নিৰ্মাণৰ কথা ঘোষণা কৰাৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ...

২৫ নৱেম্বৰত অযোধ্যাৰ ৰাম মন্দিৰত পতাকা উত্তোলন, গুজৰাটত নিৰ্মিত পতাকাৰ বিশেষত্ব…

২৫ নৱেম্বৰত অযোধ্যাৰ ৰাম মন্দিৰত পতাকা উত্তোলন, গুজৰাটত নিৰ্মিত পতাকাৰ বিশেষত্ব…

২৫ নৱেম্বৰত উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰত পতাকা উত্তোলন কৰা হ’ব। পতাকা উত্তোলনৰ পূৰ্বে গুজৰাটত ৰাম মন্দিৰৰ বাবে বিশেষ পতাকা ...

নিৰ্মাণ কৰা হৈছে এখন ভৱিষ্যৎ ৰামায়ণ উদ্যান! ৰাম দৰবাৰৰ পৰা ৰাৱণৰ বধলৈ বিশেষ আভাস…

নিৰ্মাণ কৰা হৈছে এখন ভৱিষ্যৎ ৰামায়ণ উদ্যান! ৰাম দৰবাৰৰ পৰা ৰাৱণৰ বধলৈ বিশেষ আভাস…

অযোধ্যাৰ ৰাম জন্মভূমিত মন্দিৰ নিৰ্মাণৰ পিছতে পৰ্যটনৰ প্ৰসাৰৰ বাবে উন্নয়নমূলক কাম চলি আছে। ইয়াৰ ভিতৰত সৰ্যু নদীৰ পাৰত গুপ্তাৰ ঘাটত ...

ৰাম মন্দিৰক বোমাৰে উৰুৱাই দিয়াৰ ধমক; এজাহাৰ দাখিল

ৰাম মন্দিৰক বোমাৰে উৰুৱাই দিয়াৰ ধমক; এজাহাৰ দাখিল

উত্তৰ প্ৰদেশৰ অযোধ্যাস্থিত ৰাম মন্দিৰক বোমাৰে উৰুৱাই দিব বুলি ধমকভৰা ইমেইল লাভ কৰাৰ পিছতে এই বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি ইমেইল ...

ৰাম নৱমীৰ বাবে সাজু অযোধ্যা, ভক্তলৈ বিশেষ আহ্বান ৰাম মন্দিৰ ট্ৰাষ্টৰ

ৰাম নৱমীৰ বাবে সাজু অযোধ্যা, ভক্তলৈ বিশেষ আহ্বান ৰাম মন্দিৰ ট্ৰাষ্টৰ

ৰাম নৱমীৰ দিনা অযোধ্যাত বিপুল জনসমাগমৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাম মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে ৰামভক্তক আকৰ্ষণ কৰি ...

দীপাৱলী উদযাপনৰ বাবে আটকধুনীয়াকৈ সজাই তোলা হৈছে ৰামৰ জন্মভূমি অযোধ্যা

দীপাৱলী উদযাপনৰ বাবে আটকধুনীয়াকৈ সজাই তোলা হৈছে ৰামৰ জন্মভূমি অযোধ্যা

প্ৰত্যেক বছৰে ৰামনগৰীত দীপাৱলী উৎসৱ পালন কৰা হয়। লাখ লাখ বন্তি জ্বলাই সৃষ্টি কৰা হয় অভিলেখ। ভগবান ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ ...

বাদ পৰি নগ’ল অযোধ্যা, এইবাৰ চোৰৰ নজৰত ৰাম মন্দিৰ

বাদ পৰি নগ’ল অযোধ্যা, এইবাৰ চোৰৰ নজৰত ৰাম মন্দিৰ

ৰামনগৰী অযোধ্যাৰ পৰা আহিছে অতি আশ্চৰ্যজনক খবৰ । এইবাৰ চোৰৰ টাৰগেট অযোধ্যাৰ ৰামমন্দিৰ। অযোধ্যা ৰাজপথৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বিশাল ৰাম মন্দিৰৰ ...

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist