Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Language -
অসমীয়া
  • English

Tag: Bangladesh

হিন্দুসকলক লক্ষ্য কৰি চলোৱা হৈছে আক্ৰমণ : বাংলাদেশক লৈ ভাৰতৰ কঠোৰ স্থিতি

হিন্দুসকলক লক্ষ্য কৰি চলোৱা হৈছে আক্ৰমণ : বাংলাদেশক লৈ ভাৰতৰ কঠোৰ স্থিতি

বাংলাদেশত হিন্দুৰ লগতে আন সংখ্যালঘু লোকৰ ওপৰত চলি থকা নিৰ্মম আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা প্ৰদান কৰিছে ভাৰত চৰকাৰে। বাংলাদেশত থকা ...

বাংলাদেশৰ ইস্কনত নতুন বিপদ, চিন্ময় কৃষ্ণকে ধৰি ১৭ জন লোকৰ বেংক একাউণ্ট জব্দ

বাংলাদেশৰ ইস্কনত নতুন বিপদ, চিন্ময় কৃষ্ণকে ধৰি ১৭ জন লোকৰ বেংক একাউণ্ট জব্দ

বাংলাদেশত মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰৰ অধীনত হিন্দুসকলৰ বিৰুদ্ধে হিংসা আৰু হাৰাশাস্তিৰ গোচৰ ধাৰাবাহিকভাৱে চৰ্চালৈ আহিছে। উচ্চ ন্যায়ালয়ে বাংলাদেশত ইস্কনক নিষিদ্ধ ...

বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ মমতা বেনাৰ্জীৰ

বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ মমতা বেনাৰ্জীৰ

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত চলি থকা অস্থিৰতা সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অৱশ্যে বাংলাদেশৰ সমস্যাটো তেওঁলোকৰ ...

বাংলাদেশৰ সনাতন সম্প্ৰদায়ৰ চিন্ময় দাসক গ্ৰেপ্তাৰ কৰা ঘটনাক তীব্ৰ গৰিহণা ইস্কনৰ

বাংলাদেশৰ সনাতন সম্প্ৰদায়ৰ চিন্ময় দাসক গ্ৰেপ্তাৰ কৰা ঘটনাক তীব্ৰ গৰিহণা ইস্কনৰ

বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ ওপৰত হিংসা। ইস্কনক মৌলবাদী সংগঠন বুলি অভিহিত কৰা হৈছে। একে সময়তে বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ জোটৰ ...

ঢাকাত অনুষ্ঠিত হ’ব উচ্চ পৰ্যায়ৰ বাংলাদেশ-ভাৰত বৈঠক

বাংলাদেশ এৰি ভাৰতলৈ অহা শ্বেখ হাছিনাৰ দৰে অন্য দেশৰ নেতাইও ভাৰতত আশ্ৰয় ল’ব পাৰিবনে?

৫ আগষ্টত শ্বেখ হাছিনাই বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লয়। তেতিয়াৰ পৰা তেওঁ ভাৰততে বসবাস কৰি আছে, দেশ এৰি ...

বাংলাদেশত তুঘলকী আদেশ, আজানৰ সময়ত উপাসনা কৰিব নোৱাৰিব হিন্দুৱে

বেদনাত চিঞৰি উঠিছে সকলো হিন্দু, ছিন্ন-বিছিন্ন হৈ পৰিল দেশ

শ্বেখ হাছিনাৰ পদত্যাগৰ পিছতেই বাংলাদেশৰ হিন্দুসকলে নিজৰ জীৱন-নিৰ্বাহ কৰিবলৈ অবিৰত সংগ্ৰাম কৰিবলগীয়া হৈছে। ইয়াৰ পিছতে সেনা প্ৰধানে মহম্মদ ইউনুছক বাংলাদেশৰ ...

বাংলাদেশত তুঘলকী আদেশ, আজানৰ সময়ত উপাসনা কৰিব নোৱাৰিব হিন্দুৱে

আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ নতুন পদক্ষেপ,বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ হ’ব তদন্ত

ভাৰতে আৰম্ভণিৰে পৰাই বাংলাদেশী হিন্দুৰ নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰি আহিছে। বাংলাদেশত চৰকাৰ বিৰোধী প্ৰতিবাদ আৰু পৰৱৰ্তী অশান্তিৰ ফলত হিন্দুসহ প্ৰায় ...

মাৰ্কৰামে ৰচিলে ইতিহাস; ১০ বছৰত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন আফ্ৰিকান অধিনায়ক

মাৰ্কৰামে ৰচিলে ইতিহাস; ১০ বছৰত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন আফ্ৰিকান অধিনায়ক

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ অধিনায়ক এডেন মাৰ্কৰামে ৰচিছে ইতিহাস। ১০ বছৰৰ পাছত এছিয়াত টেষ্ট মেচ জয়ী হোৱা দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ...

সতৰ্কবাণী দিয়াৰ পাছতো বাংলাদেশত অব্যাহত হিন্দুৰ ওপৰত আক্ৰমণ

সতৰ্কবাণী দিয়াৰ পাছতো বাংলাদেশত অব্যাহত হিন্দুৰ ওপৰত আক্ৰমণ

দুৰ্গা পূজা উদযাপনৰ সময়তো ভাৰতৰ চুবুৰীয়া দেশ, বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসা বন্ধ হোৱা দেখা নাযায়। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, এতিয়ালৈকে ...

দুৰ্গা পূজাৰ পূৰ্বে বাংলাদেশে প্ৰত্যাহাৰ কৰে নিষেধাজ্ঞা, ভাৰতলৈ প্ৰেৰণ ৩,০০০ টন হিলচা মাছ

দুৰ্গা পূজাৰ পূৰ্বে বাংলাদেশে প্ৰত্যাহাৰ কৰে নিষেধাজ্ঞা, ভাৰতলৈ প্ৰেৰণ ৩,০০০ টন হিলচা মাছ

বাংলাদেশত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে হিলচা কূটনীতিক পুনৰ পথলৈ আনিছে। বাংলাদেশৰ বাণিজ্য মন্ত্ৰালয়ে এই বছৰৰ দুৰ্গা পূজাৰ পূৰ্বে ভাৰতলৈ ...

Page 10 of 13 1 9 10 11 13

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist