Sunday, December 21, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Language -
অসমীয়া
  • English

Tag: India

এজনো ভাৰতীয়ই বসবাস নকৰা পৃখিৱীৰ ৫খন দেশ; ইয়াৰে এখন দেশৰ নাম শুনিলে হ’ব আচৰিত

এজনো ভাৰতীয়ই বসবাস নকৰা পৃখিৱীৰ ৫খন দেশ; ইয়াৰে এখন দেশৰ নাম শুনিলে হ’ব আচৰিত

বিশ্বৰ ভিতৰত আজিও এনে কিছুমান দেশ আছে যিবোৰ দেশ আজিও বহুতৰ বাবে অপৰিচিত। ইয়াৰ উপৰি এনে কিছু দেশ আছে যিবোৰ ...

ৰাখী বন্ধনৰ বাবে সাজু প্ৰধানমন্ত্ৰী মোদীৰ পাকিস্তানী ভগ্নী

ৰাখী বন্ধনৰ বাবে সাজু প্ৰধানমন্ত্ৰী মোদীৰ পাকিস্তানী ভগ্নী

দুটা দশকধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিবন্ধন 'ৰাখী' ৰে সজ্জিত কৰি অহা কামাৰ শ্বেখে ১৯ আগষ্ট সোমবাৰে ৰাখী বন্ধন উৎসৱৰ বাবে ...

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য কি জানো আহক

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য কি জানো আহক

স্বাধীনতা দিৱস অৰ্থাৎ ১৫ আগষ্টত দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত পতাকা উত্তোলন কৰে আৰু গণৰাজ্য দিৱসত দেশৰ ৰাষ্ট্ৰপতিয়ে ৰজপথত জাতীয় পতাকা উন্মোচন ...

শিৱক পানী অভিষেক কৰিবলৈ মন্দিৰত উপস্থিত লাখ-লাখ ভক্ত; ৭ জনৰ মৃত্যু

শিৱক পানী অভিষেক কৰিবলৈ মন্দিৰত উপস্থিত লাখ-লাখ ভক্ত; ৭ জনৰ মৃত্যু

বিহাৰৰ জেহানাবাদত শাওনৰ চতুৰ্থ সোমবাৰে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। মাখদমপুৰৰ ভানাভাৰৰ সিদ্ধেশ্বৰ মন্দিৰত সংঘটিত হৈছে এই ঘটনা। ঘটনাত ৭ ...

সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষঃ জম্মু-কাশ্মীৰত শ্বহীদ ২ ভাৰতীয় সেনা জোৱান

সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষঃ জম্মু-কাশ্মীৰত শ্বহীদ ২ ভাৰতীয় সেনা জোৱান

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ এটা দুৰ্গম অঞ্চলৰ এখন বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ দুজন জোৱান থিতাতে নিহত হয়। লগতে, ...

‘যদি শত্ৰু পক্ষক সহায় কৰে’: শ্বেখ হাছিনাক আশ্ৰয় দিয়াক লৈ ভাৰতক সতৰ্কবাণী বিএনপিৰ

‘যদি শত্ৰু পক্ষক সহায় কৰে’: শ্বেখ হাছিনাক আশ্ৰয় দিয়াক লৈ ভাৰতক সতৰ্কবাণী বিএনপিৰ

‘শ্বেখ হাছিনাক সহায় কৰি থাকিলে ভাৰতৰ সৈতে বাংলাদেশৰ পাৰস্পৰিক সহযোগিতা বৰ্তাই ৰখাটো অসম্ভৱ হ’ব।’ শ্বেখ হাছিনাক আশ্ৰয় দিয়াক লৈ ভাৰতৰ ...

১৫ আগষ্টৰ পূৰ্বে নতুন দিল্লীত গ্ৰেপ্তাৰ মষ্ট ৱানটেড আইছিছ সন্ত্ৰাসবাদী

১৫ আগষ্টৰ পূৰ্বে নতুন দিল্লীত গ্ৰেপ্তাৰ মষ্ট ৱানটেড আইছিছ সন্ত্ৰাসবাদী

দিল্লী আৰক্ষীৰ বৃহৎ সফলতা।  স্বাধীনতা দিৱসৰ পূৰ্বে মষ্ট ৱানটেড আইছিছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীজন আইছিছ মডিউলৰ ৰিজৱান আলী বুলি ...

শ্বেখ হাছিনাৰ পলায়ন, মহম্মদ ইউনুছৰ প্ৰত্যাৱৰ্তন…. বাংলাদেশৰ পৰিস্থিতিক লৈ কিয় চিন্তিত ভাৰত?

শ্বেখ হাছিনাৰ পলায়ন, মহম্মদ ইউনুছৰ প্ৰত্যাৱৰ্তন…. বাংলাদেশৰ পৰিস্থিতিক লৈ কিয় চিন্তিত ভাৰত?

একেৰাহে ১৫ বছৰ এখন দেশ শাসন কৰাৰ পিছত এগৰাকী প্ৰধানমন্ত্ৰীয়ে দেশ এৰি পলায়ন কৰিব বুলি হয়তো কোনেও কল্পনা কৰা নাছিল। ...

‘আলবিদা কুস্তি, ২০০১-২০২৪- চিৰদিনৰ বাবে তোমাৰ ওচৰত ঋণী, ক্ষমা বিচাৰিছো।’, এক্সত আৱেগভৰা পোষ্ট শ্বেয়াৰ কৰি মল্লযুঁজৰ পৰা অৱসৰ বিনেশ ফ’গাটৰ

‘আলবিদা কুস্তি, ২০০১-২০২৪- চিৰদিনৰ বাবে তোমাৰ ওচৰত ঋণী, ক্ষমা বিচাৰিছো।’, এক্সত আৱেগভৰা পোষ্ট শ্বেয়াৰ কৰি মল্লযুঁজৰ পৰা অৱসৰ বিনেশ ফ’গাটৰ

পেৰিছ অলিম্পিকত সোণৰ পদক লাভ কৰাৰ সপোন ভংগ হোৱাৰ পিছতে মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰিছে তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গাটে। ওজনৰ ...

স্বৰ্ণ জয়ৰ লক্ষ্যৰে নিশা ১১ বাজি ২৩ মিনিটত ফাইনেল খেলিব বিনেশ ফোগাটে

স্বৰ্ণ জয়ৰ লক্ষ্যৰে নিশা ১১ বাজি ২৩ মিনিটত ফাইনেল খেলিব বিনেশ ফোগাটে

ভাৰতৰ বাবে স্বপ্ন ভংগৰ অলিম্পিক হিচাপে পৰিগণিত হৈছে এইবাৰৰ পেৰিছ অলিম্পিকৰ খেলপথাৰ। এই পৰ্যন্ত প্ৰতিযোগিতাখনত ভাৰতে মাত্ৰ ৩ টা ব্ৰঞ্জৰ ...

Page 36 of 40 1 35 36 37 40

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist