নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
আজিৰে পৰা ন-ৰূপত উদ্ভাসিত হ'ব সোণাপুৰৰ জুবিনক্ষেত্ৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আজিৰে পৰা আৰম্ভ হ'ব জুবিন ক্ষেত্ৰৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম। প্ৰশাসন, ...












