প্ৰচণ্ড ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ, তাচপাতৰ দৰে উৰি গৈছে হাজাৰ হাজাৰ ঘৰ, কেইবাজনৰো প্ৰাণহানি
ভিয়েটনাম আৰু ফিলিপাইনছত কালমেগীয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ। ভিয়েটনামত কমেও ৫জন লোকৰ প্ৰাণহানি হৈছে আৰু আৱাসিক অঞ্চলসমূহৰ যথেষ্ট ক্ষতিসাধন হৈছে। ...