নদীত গা ধুবলৈ গৈ নিখোজ হোৱা চাৰিওজন ছাত্ৰৰে মৃতদেহ উদ্ধাৰ; শোকস্তব্ধ শদিয়াবাসী
তিনিচুকীয়া জিলাৰ শদিয়াৰ কুণ্ডিল নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা চাৰিজন কিশোৰৰ দুজন কিশোৰৰ মৃতদেহ অৱশেষত তিনিদিন পিছত উদ্ধাৰ হয়। ...