• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘আলবিদা কুস্তি, ২০০১-২০২৪- চিৰদিনৰ বাবে তোমাৰ ওচৰত ঋণী, ক্ষমা বিচাৰিছো।’, এক্সত আৱেগভৰা পোষ্ট শ্বেয়াৰ কৰি মল্লযুঁজৰ পৰা অৱসৰ বিনেশ ফ’গাটৰ

Nation NE by Nation NE
August 8, 2024
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
‘আলবিদা কুস্তি, ২০০১-২০২৪- চিৰদিনৰ বাবে তোমাৰ ওচৰত ঋণী, ক্ষমা বিচাৰিছো।’, এক্সত আৱেগভৰা পোষ্ট শ্বেয়াৰ কৰি মল্লযুঁজৰ পৰা অৱসৰ বিনেশ ফ’গাটৰ
Share on FacebookShare on TwitterWhatsApp

পেৰিছ অলিম্পিকত সোণৰ পদক লাভ কৰাৰ সপোন ভংগ হোৱাৰ পিছতে মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰিছে তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গাটে। ওজনৰ বাবে অলিম্পিকৰ পৰা অযোগ্য ঘোষণা হোৱা বিনেশ ফ’গাটে বৃহস্পতিবাৰে অৱসৰ ঘোষণা কৰিছে।

তেওঁ এক্সত দুখ প্ৰকাশ কৰি কয়,  “মা মল্লযুঁজে মোৰ পৰা জয়লাভ কৰিছে, মই পৰাস্ত হৈছে, তোমাৰ সপোনবোৰে মোৰ সাহস ভাঙি পেলাইছে, আৰু শক্তি নাই।” ‘আলবিদা কুস্তি, ২০০১-২০২৪- চিৰদিনৰ বাবে তোমাৰ ওচৰত ঋণী, ক্ষমা বিচাৰিছো।’

উল্লেখ্য যে, বুধবাৰে, বিনেশক পেৰিছ অলিম্পিকত ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল। ২৯ বছৰীয়া মল্লযোদ্ধা বিনেশ ফ’গাটক অন্তিম দিনটোত ওজন নিৰ্ধাৰিত সীমাতকৈ অলপ বেছি হোৱাৰ বাবে অযোগ্য ঘোষণা কৰিছিল।

এক্সত আৱেগ ভৰা পোষ্ট শ্বেয়াৰ ফ’গাটৰ

বিনেশ ফ’গাটে এক্সত তেওঁৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু কৈছিল যে, এতিয়া তেওঁৰ সাহসৰ উত্তৰ দিয়া হৈছে আৰু তেওঁ আৰু কুস্তি কৰিব নোৱাৰে। “মা কুস্তি মোৰ সৈতে জিকিছিল, মই পৰাজিত হৈছিলো। ক্ষমা কৰক। তোমাৰ সপোন, মোৰ সাহস সকলো ভাগি পৰিছে। এতিয়া ইয়াতকৈ অধিক শক্তি নাই। গুডবাই ৰেছলিং ২০০১-২০২৪। মই সদায় আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম। ক্ষমা বিচাৰিছো।”

বিনেশ ফ’গাটৰ আপীল

অৱসৰৰ পূৰ্বে বিনেশ ফ’গাটে বুধবাৰে পেৰিছ অলিম্পিকত মহিলাৰ কুস্তিৰ ৫০ কিলোগ্ৰাম শাখাৰ ফাইনেলৰ পৰা অযোগ্য হোৱাৰ বিৰুদ্ধে আদালতত আপীল কৰিছিল আৰু তেওঁক যুটীয়া ৰূপৰ পদক দিয়াৰ দাবী জনাইছিল। ভাৰতীয় দলৰ অংশ ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনৰ এক সূত্ৰই এই কথা নিশ্চিত কৰিছে।

উল্লেখ্য যে, পেৰিছ অলিম্পিকত মল্লযুঁজত স্বৰ্ণ জয় কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল বিনেশ ফ’গাটৰ। সকলো ভাৰতীয়ই আশা কৰিছিল স্বৰ্ণ জয় কৰাৰ। যদিহে বিনেশ ফ’গাটে স্বৰ্ণ জয় কৰিলে হৈ তেতিয়াহলে অলিম্পিকৰ ইতিহাসত স্বৰ্ণ জয় কৰা বিনেশ ফ’গাট একমাত্ৰ মহিলা মল্লযুঁজাৰু হ’লহেতেন। অৱশ্য, ১০০ গ্ৰাম ওজন বেছি হোৱাৰ বাবে ফাইনেল খেলৰ পৰা বাহিৰ হৈছিল মল্লযুঁজাৰুগৰাকীয়ে।

Tags: #AssamAthleticIndiavinesh phogat

Related Posts

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026
মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025