• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, January 28, 2026
20 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গুৱাহাটীত উপস্থিত ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকা লুন্ঠন কৰা প্ৰৱঞ্চক দীপাংকৰ বৰ্মন

Nation NE by Nation NE
October 30, 2024
in Top News, অসম
0 0
মহানগৰ আৰক্ষীৰ জালত ট্ৰেডিং প্ৰৱঞ্চক দীপাংকৰ বৰ্মন
Share on FacebookShare on TwitterWhatsApp

অৱশেষত গুৱাহাটীলৈ অনা হ’ল দীপাংকৰ বৰ্মনক। ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকা লুন্ঠন কৰা ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনক শেহতীয়াকৈ অসম আৰক্ষীয়ে গোৱাত গ্ৰেপ্তাৰ কৰিছে।

ট্ৰেডিঙৰ নামত প্ৰায় ৭০০০ কোটি টকা লুণ্ঠন কৰি গোৱাত আত্মগোপন কৰি আছিল দীপাংকৰে। দেওবাৰে এই মহাপ্ৰৱঞ্চকটোক গোৱাত গ্ৰেপ্তাৰ কৰাৰ পাছতেই বিমানেৰে অসমলৈ অনাৰ কথা আছিল যদিও বিমানৰ টিকট নথকাৰ বাবে মঙলবাৰে অসমলৈ লৈ অনা হ’ল ধৃত প্ৰৱঞ্চকটোক।

মঙলবাৰে নিশাৰ ভাগত বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় দীপাংকৰ। দীপাংকৰক বিমান বন্দৰৰ পৰা পাণবজাৰ আৰক্ষী থানালৈ লৈ অনা হয়। বগা ৰঙৰ ইন’ভা বাহনেৰে লৈ আনে দীপাংকৰক।

গোৱাত গ্ৰেপ্তাৰ কৰাৰ পাছতেই দীপাংকৰৰ কোঠাত আৰক্ষীয়ে তালাচী চলায়। এই তালাচীত আৰক্ষীয়ে নগদ লাখ লাখ টকাৰ লগত সোণৰ বহু আ-অলংকাৰ আৰু পাৰ্চপৰ্টো জব্দ কৰে।

অতিৰিক্ত আৰক্ষী আয়ুক্ত অমিত মাহাতোৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ ওচৰত নগদ ২৭লাখ ৬হাজাৰ ৭৫০টকা জব্দ কৰে। গোৱাৰ পানজিমৰ পৰা গ্ৰেপ্তাৰ কৰা দিপাংকৰ বৰ্মনক  আজি আদালতত হাজিৰ কৰোৱা হ’ব।আৰক্ষীয়ে দীপাংকৰক নিজৰ জিম্মাত বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Tags: Money ScamOnline MarketingTrading

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

January 28, 2026
মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026

শীৰ্ষ সংবাদ

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025