• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 21, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা! পিছুৱাই দিয়া হ’ল ছমহীয়া পৰীক্ষা

    ‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীত ধাৰাসাৰ বৰষুণ: কৃত্ৰিম বানত প্লাবিত বিস্তীৰ্ণ অঞ্চল

Nation NE by Nation NE
August 29, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দিল্লীত ধাৰাসাৰ বৰষুণ: কৃত্ৰিম বানত প্লাবিত বিস্তীৰ্ণ অঞ্চল

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বুধবাৰে অৰ্থাৎ ২৭ আগষ্টৰ নিশা দেশৰ ৰাজধানী দিল্লী এনচিআৰৰ বহু ঠাইত ধাৰাসাৰ বৰষুণৰ পিছত কৃত্ৰিম বানত পোত যায় বিস্তৃত অঞ্চল। এনে পৰিস্থিতিত, পথচাৰীয়ে তীব্ৰ যান-জঁটৰ সন্মুখীন হ’ব লগা পাৰে বুলি সকীয়নী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই।

তথ্য অনুসৰি, বুধবাৰে নিশাৰ পৰা দিল্লী এনচিআৰৰ বহু ঠাইত ধাৰাষাৰ বৰষুণৰ সৃষ্টি হয়। এই ধাৰাষাৰ বৰষুণৰ ফলত দিল্লীৰ মিণ্টো ৰোড, আইটিঅ’, মেহৰোলী-বদৰপুৰ ৰোড আৰু ধৌলা কুঁৱাৰ দৰে অঞ্চল বানপানীত প্লাবিত হয়।

এনে পৰিস্থিতিত, পুৱা বিদ্যালয় বাব কাৰ্যালয়লৈ যোৱা লোকসকলে তীব্ৰ যান-জঁটৰ সন্মুখীন হ’ব লগা হ’ব পাৰে বুলি সকীয়নী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই। এফালে, য’ত বৰষুণৰ পিছত দিল্লী এনচিআৰৰ বতৰ মনোৰম হৈ পৰিছে, আনহাতে, বিভিন্ন ঠাইত পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, দিল্লী এনচিআৰত সৰ্বাধিক তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৪ ডিগ্ৰী ছেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল। আই.এম.ডি.-ৰ পূৰ্বানুমান অনুসৰি, গোটেই দিনটো দিল্লী এন.চি.আৰ.-ৰ বহু ঠাইত ধাৰাসাৰ বৰষুণ হ’ব পাৰে।

ইয়াৰ উপৰিও, ২৯ আগষ্ট আৰু ৩০ আগষ্টত এই ধাৰাষাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত, ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত পাতল ডাৱৰীয়া আকাশৰ সম্ভাৱনা কৰা হৈছে। ২ আৰু ৩ ছেপ্টেম্বৰত বজ্ৰপাতৰ সৈতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

গুজৰাট, মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ বহু ঠাইত হোৱা বৰষুণে মানুহৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। ধাৰাসাৰ বৰষুণৰ বাবে গুজৰাটৰ বহু ঠাইত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। মধ্য প্ৰদেশতো একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। ৰাজস্থানৰ বহু ঠাইত ধাৰাসাৰ বৰষুণৰ বাবে জনসাধাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

Tags: Delhi-NCRIndiaWeather Report

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 21, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 20, 2025
জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা! পিছুৱাই দিয়া হ’ল ছমহীয়া পৰীক্ষা
Top News

‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

December 19, 2025
পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

December 19, 2025
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025