• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 3, 2026
28 °c
Guwahati
27 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দীপাৱলী উদযাপনৰ বাবে আটকধুনীয়াকৈ সজাই তোলা হৈছে ৰামৰ জন্মভূমি অযোধ্যা

Nation NE by Nation NE
October 30, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দীপাৱলী উদযাপনৰ বাবে আটকধুনীয়াকৈ সজাই তোলা হৈছে ৰামৰ জন্মভূমি অযোধ্যা
Share on FacebookShare on TwitterWhatsApp

প্ৰত্যেক বছৰে ৰামনগৰীত দীপাৱলী উৎসৱ পালন কৰা হয়। লাখ লাখ বন্তি জ্বলাই সৃষ্টি কৰা হয় অভিলেখ। ভগবান ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই  এইবাৰ অযোধ্যাৰ দীপাৱলীত দেখিবলৈ পোৱা যাব এক ব্যতিক্ৰমী ৰূপ।

২৮ লাখ চাকি জ্বলাই এক নতুন বিশ্ব অভিলেখ গঢ়াৰ বাবে সাজু হৈছে অযোধ্যাৱাসী। চাকি আৰু আতচবাজীৰ পোহৰত জিলিকি উঠিব ৰামনগৰী। বিশাল কাৰ্যসূচীৰে দীপোৎসৱৰ প্ৰস্তুতি চলিছে ৰাম জন্মভূমি অযোধ্যাত।

২৮ অক্টোবৰৰ পৰাই আৰম্ভ হৈছে সাংস্কৃতিক অনুষ্ঠান। সৰযু ঘাটৰ পৰা মঠ আৰু মন্দিৰলৈকে চাকিৰ পোহৰেৰে আলোকিত হৈ পৰিছে সমগ্ৰ অযোধ্যা। ৫৫টা ঘাটত ২৮ লাখ চাকি সাজু কৰি তোলা হৈছে। ৩০ অক্টোবৰৰ সন্ধিয়া এই ২৮ লাখ চাকিৰ জৰিয়তে এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ প্ৰস্তুতি চলোৱা হৈছে।

উল্লেখ্য যে, এইবাৰো দীপোৎসৱত ২৫ লাখ চাকি জ্বলাই এক নতুন বিশ্ব অভিলেখ গঢ়াৰ বাবে সাজু হৈছে অযোধ্যা। অৱধ বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয় আৰু আন্তঃমহাবিদ্যালয়ৰ ৩০ হাজাৰ স্বেচ্ছাসেৱকে প্ৰখৰ ৰ’দকো নেওচি চাকিবোৰ সাজু কৰাৰ কামত নিয়োজিত হৈ পৰিছে।

ইতিমধ্যে ৰাম কি পেইড়িত চাকি সাজু কৰাৰ কাম সম্পূৰ্ণ হৈছে।ৰামপথ সজ্জিত কৰা হৈছে ফুলেৰে।কলি যুগত ত্ৰেতা যুগৰ পৰিৱেশ সৃষ্টি কৰাৰ সংকল্পৰে সমগ্ৰ অযোধ্যা ৰঙীন পোহৰেৰে আলোকিত কৰা হৈছে ।

ইফালে নোডেল বিষয়া এছ এছ মিশ্ৰাই কয় যে, সকলো ঘাটতে চাকি সাজু কৰাৰ কাম সম্পূৰ্ণ হৈছে। ভগৱান শ্ৰীৰামৰ আগমনৰ লগে লগে, প্ৰায় ৩০,০০০ স্বেচ্ছাসেৱকে ৩০ অক্টোবৰত অৰ্থাৎ এই চাকিবোৰ জ্বলোৱা কামত নিয়োজিত হ’ব। সকলো শিক্ষাৰ্থীৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। সমগ্ৰ অযোধ্যাৰ বাসিন্দাসকল অতি উৎসাহিত হৈ আছে।

Tags: AyodhyaRamnagarUttar Pradesh

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ট্ৰাম্প প্ৰশাসনৰ অধীনত ৫ কোটি ডলাৰৰ স্বাস্থ্যসেৱাৰ এক বৃহৎ কেলেংকাৰী, উন্মোচিত হ’ল সকলো তথ্য

April 3, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

তেল সংকট: ভাৰতৰ পৰা সহায়ৰ ভিক্ষা, এসময়ত ভাৰতক মুকলিকৈ সমালোচনা কৰা এই দেশৰ

April 3, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক নস্যাৎ ইৰাণৰ, সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি অভিহিত ইৰাণৰ

April 3, 2026
বিমানত ‘অ*শ্লী*ল আচৰণ’ৰ বলি এইগৰাকী অভিনেত্ৰী! সহযাত্ৰীয়ে অতিক্ৰম কৰিলে সকলো সীমা,  সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই ভিডিঅ’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

ট্ৰাম্প প্ৰশাসনৰ অধীনত ৫ কোটি ডলাৰৰ স্বাস্থ্যসেৱাৰ এক বৃহৎ কেলেংকাৰী, উন্মোচিত হ’ল সকলো তথ্য

তেল সংকট: ভাৰতৰ পৰা সহায়ৰ ভিক্ষা, এসময়ত ভাৰতক মুকলিকৈ সমালোচনা কৰা এই দেশৰ

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক নস্যাৎ ইৰাণৰ, সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি অভিহিত ইৰাণৰ

বিমানত ‘অ*শ্লী*ল আচৰণ’ৰ বলি এইগৰাকী অভিনেত্ৰী! সহযাত্ৰীয়ে অতিক্ৰম কৰিলে সকলো সীমা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই ভিডিঅ’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025