• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ হেলিকপ্টাৰ দুৰ্ঘটনা, ৫জনে হেৰুৱালে প্ৰাণ

Nation NE by Nation NE
August 7, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পুনৰ হেলিকপ্টাৰ দুৰ্ঘটনা, ৫জনে হেৰুৱালে প্ৰাণ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বুধবাৰে নেপালৰ সূৰ্য্যচৌৰত এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে। এই হেলিকপ্টাৰ দুৰ্ঘটনাটোত চাৰিজন চীনা নাগৰিক আৰু এজন পাইলটৰ মৃত্যু হয়।

হেলিকপ্টাৰখনে দুপৰীয়া ১:৫৪ বজাত উৰা মাৰিছিল আৰু ইয়াৰ ঠিক তিনি মিনিট পিছতে হেলিকপ্টাৰখনে বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে সংযোগ বিচ্ছিন্ন হয়।

‘মাই ৰিপাব্লিকা’ কাকতৰ বাতৰি অনুসৰি নুৱাকোটৰ শিৱপুৰী গ্ৰাম্য পৌৰসভাৰ সাত নম্বৰ ৱাৰ্ডৰ দুৰ্ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ৫টা মৃতদেহ উদ্ধাৰ কৰিছে।

দুৰ্ঘটনাৰ সময়ত কাঠমাণ্ডুৰ পৰা ৰাছুৱালৈ গৈ আছিল ‘এয়াৰ ডাইনেষ্টী হেলিকপ্টাৰ, ৯এন-এজেডি’। দুপৰীয়া ১:৫৪ বজাত কাঠমাণ্ডুৰ পৰা উৰা মাৰিছিল যদিও উৰণৰ তিনি মিনিটৰ পিছতে হেলিকপ্টাৰখনে যোগাযোগ হেৰুৱাই পেলায়।

আৰক্ষী বিষয়াৰ উদ্ধৃতি দি বাতৰি কাকতখনে কয় যে দুৰ্ঘটনাস্থলীৰ পৰা দুজন পুৰুষ, এগৰাকী মহিলা আৰু পাইলটৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াত কোৱা হৈছে যে ইয়াৰে এটা মৃতদেহ বেয়াকৈ জ্বলি যোৱাৰ বাবে এতিয়াও চিনাক্ত হোৱা নাই।

উল্লেখ্য যে, যোৱা মাহ অৰ্থাত ২৪ জুলাইত নেপালৰ ৰাজধানী কাঠমাণ্ডুত এনে এক বিমান দুৰ্ঘটনা সংঘটিত হৈছিল য’ত ১৮ জন লোকৰ মৃত্যু হৈছিল।

Tags: #NepalHelicopterHelicopter Crash

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025