• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 8, 2026
21 °c
Guwahati
21 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ব্যক্তিগত কয়লা খনিত ভয়ংকৰ আক্ৰমণ অস্ত্ৰধাৰীৰ; ২০ জন শ্ৰমিকৰ মৃত্যু

Nation NE by Nation NE
October 15, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ব্যক্তিগত কয়লা খনিত ভয়ংকৰ আক্ৰমণ অস্ত্ৰধাৰীৰ; ২০ জন শ্ৰমিকৰ মৃত্যু

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে পুৱা পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশৰ এটা ব্যক্তিগত কয়লা খনিত ৰকেট লেঞ্চাৰ আৰু স্বয়ংক্ৰিয় অস্ত্ৰৰ সহায়ত অস্ত্ৰধাৰীয়ে চলোৱা আক্ৰমণত ২০ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন ৮ জন শ্ৰমিক আহত হয়। মৃত লোকসকলৰ ভিতৰত অধিকাংশই আছিল আফগান নাগৰিক।

ঘটনা সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহম্মদ বালোচে কয় যে প্ৰদেশখনৰ ডুকি অঞ্চলত থকা জুনেইদ কয়লা কোম্পানীত এটা অস্ত্ৰধাৰী দলে আক্ৰমণ কৰি পাহাৰলৈ পলায়ন কৰে। ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ’বলগীয়া চাংহাই কো-অপাৰেচন অৰ্গেনাইজেশন (এছচিঅ’)ৰ সন্মিলনৰ ঠিক পূৰ্বেই সংঘটিত এই আক্ৰমণে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বালোচে কয়, ‘এয়া সন্ত্ৰাসবাদী আক্ৰমণ আছিল আৰু খনিৰ শ্ৰমিকসকলে পলায়নৰ কোনো সুযোগ পোৱা নাছিল। শ্ৰমিকসকলে কাম আৰম্ভ কৰাৰ লগে লগে তেওঁলোকৰ ওপৰত গুলীচালনা কৰা হৈছিল’।

তেওঁ কয় যে সেই স্থানত প্ৰায় ৫০ জন শ্ৰমিক আছিল আৰু ইয়াৰে কিছুমানে ওচৰৰ পাহাৰত দৌৰি বা খনিৰ গভীৰতাত লুকাই প্ৰাণ ৰক্ষা কৰে।

Tags: Coal MiningPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ
Top News

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

February 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 7, 2026
আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…
Top News

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

February 6, 2026
এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025