• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 12, 2025
31 °c
Guwahati
31 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ১৫ আগষ্টৰ পূৰ্বে নতুন দিল্লীত গ্ৰেপ্তাৰ মষ্ট ৱানটেড আইছিছ সন্ত্ৰাসবাদী

      Nation NE by Nation NE
      August 9, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ১৫ আগষ্টৰ পূৰ্বে নতুন দিল্লীত গ্ৰেপ্তাৰ মষ্ট ৱানটেড আইছিছ সন্ত্ৰাসবাদী
      Share on FacebookShare on TwitterWhatsApp

      দিল্লী আৰক্ষীৰ বৃহৎ সফলতা।  স্বাধীনতা দিৱসৰ পূৰ্বে মষ্ট ৱানটেড আইছিছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ।

      গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীজন আইছিছ মডিউলৰ ৰিজৱান আলী বুলি চিনাক্ত কৰিছে।

      উল্লেখ্য যে, তদন্তকাৰী সংস্থা NIA ই তেওঁৰ নামত ৩ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। ৰিজৱান আলী নতুন দিল্লীৰ দৰয়াগঞ্জ জিলাৰ বাসিন্দা আছিল।

      বৰ্তমান দিল্লী আৰক্ষীৰ স্পেচিয়েল শাখাই তদন্ত অব্যাহত ৰাখিছে। ২০১৮ চনতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰিজৱানক। অৱশ্যে, সোধাপোচাৰ পাছতেই আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল অপৰাধীটোৱে।

      জানিব পৰা তথ্য অনুসৰি, ৰিজৱান মহাৰাষ্ট্ৰৰ পুনেৰ আইছিছৰ মণ্ডলৰ সৈতে জড়িত আছিল। পুনে পুলিচৰ হাতৰ পৰা পলায়ন কৰাৰ পাছতেই বহু সময় ধৰি আত্মগোপন কৰি আছিল সন্ত্ৰাসবাদীটোৱে।

      অৱশ্যে, তেওঁক গ্ৰেপ্তাৰৰ সময়ত বহুতো অস্ত্ৰ-শস্ত্ৰৰ আৰু লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, সন্ত্ৰাসবাদীটোৱে দিল্লী আৰু মুম্বাইত কেইবাটাও বৃহৎ কূটাঘাটৰ পৰিকল্পনা কৰিছিল।

      NIA ই পূৰ্ৱেই ৰিজৱান আলী সহ ১১ জন লোকৰ ওপৰত চাৰ্জশ্বীট দাখিল কৰিছিল। এই চাৰ্জশ্বীটত মহাৰাষ্ট্ৰৰ পুনে জিলাত আইছিছৰ অবৈধ মাৰণাষ্ট্ৰ, বিস্ফোৰক আৰু ৰাসায়নিক সামগ্ৰী সৰবৰাহৰ আৰোপৰ বিষয়ে উল্লেখ কৰা হৈছিল।

      Tags: #AssamDelhi PoliceIndiaMost Wanted

      Related Posts

      গাজাত অনাহাৰৰ পথত হামাছ, সাজু যুদ্ধবিৰতিৰ বাবে, সন্মত হৈছে ইজৰাইলী পণবন্দীক মুকলি কৰি দিবলৈ
      Top News

      গাজাত খাদ্য আৰু পানীৰ সন্ধানত নিহত পেলেষ্টাইনী, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ

      July 12, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 12, 2025
      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে
      Top News

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

      July 11, 2025
      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ
      Top News

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      July 11, 2025
      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী
      Top News

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      July 11, 2025
      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ
      Top News

      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

      July 11, 2025

      শীৰ্ষ সংবাদ

      গাজাত খাদ্য আৰু পানীৰ সন্ধানত নিহত পেলেষ্টাইনী, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist