• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 19, 2026
23 °c
Guwahati
23 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্বৰ্ণ পদক জয়ী ১৭ বছৰীয়া ভাৰোত্তোলকৰ কৰুণ মৃত্যু; ডিঙিত পৰিল ২৭০ কিলোগ্ৰাম ওজন…

Nation NE by Nation NE
February 19, 2025
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
স্বৰ্ণ পদক জয়ী ১৭ বছৰীয়া ভাৰোত্তোলকৰ কৰুণ মৃত্যু; ডিঙিত পৰিল ২৭০ কিলোগ্ৰাম ওজন…
Share on FacebookShare on TwitterWhatsApp

ৰাজস্থানৰ বিকানেৰৰ পৰা আহিছে এটা হৃদয় বিদাৰক খবৰ। ভাৰোত্তোলনৰ সময়ত মহিলা ভাৰোত্তোলক য়াস্তিকা আচাৰ্যই কৰুণ মৃত্যুক সাৱটি লয়। কিছু দিন পূৰ্বে গোৱাত অনুষ্ঠিত হোৱা ৩৩ সংখ্যক নেচনেল বেঞ্চ প্ৰেছ চেম্পিয়নছিপৰ ইকুইপড কেটেগৰীত য়াস্তিকাই স্বৰ্ণ আৰু ক্লাছিক কেটেগৰীত ৰূপৰ পদক জয়ী হৈছিল।

নেচনেল চেম্পিয়নৰ খিতাপ অৰ্জন কৰা য়াস্তিকাই ষ্টেট টুৰ্ণামেণ্টৰ বাবে প্ৰস্তুতি চলাই আছিল। য়াস্তিকাৰ পিতৃ ঐশ্বৰ্য আচাৰ্য পেচাত এজন ঠিকাদাৰ।

মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত বিকানেৰৰ আচাৰ্য চ’কৰ বাসিন্দা য়াস্তিকাই নিয়মীয়া অনুশীলনত ব্যস্ত আছিল। অনুশীলনৰ সময়ত তেওঁৰ প্ৰশিক্ষকো তেওঁৰ লগত আছিল। অনুশীলন কৰি থকা সময়তে হঠাৎ য়াস্তিকাৰ ডিঙিত পৰে ২৭০ কিলোগ্ৰাম ওজনযুক্ত ডাম্বেল। লগে লগে তেওঁৰ আশে পাশে অনুশীলনত ব্যস্ত থকা আন খেলুৱৈসকলে তেওঁৰ শৰীৰৰ পৰা ওজনসমূহ আঁতৰাই দিয়ে।

১৭ বছৰীয়া য়াষ্টিকা আচাৰ্যক প্ৰথমে চিপিআৰ আৰু জিমতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল। কিন্তু সংজ্ঞা ঘূৰাই নোপোৱাত লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

Tags: PowerlifterYashtika Acharya

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 19, 2026
শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025